ETV Bharat / city

ভোট গণনাৰ বাবে তৎপৰ শিৱসাগৰ প্ৰশাসন

২৩ মে’ৰ ভোট গণনাৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন ৷ নিৰাপত্তা তথা যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ টা হলত হ’ব ভোট গণনা ৷

ETV BHARAT
author img

By

Published : May 21, 2019, 9:03 PM IST

শিৱসাগৰ, ২৩ মে': ভোট গণনাৰ বাবে সাজু হৈ উঠিছে শিৱসাগৰ জিলা প্ৰশাসন ৷ ২৩ মে’ৰ পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা প্ৰক্ৰিয়া ৷ ইতিমধ্যে ভোট গণনাৰ বাবে স্থান নিৰ্ধাৰণ কৰিছে প্ৰশাসনে ৷ শিৱসাগৰ নগৰৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩টা হলত হ’ব ভোট গণনা ৷ জিলাখনৰ উপায়ুক্ত ডঃ এছ লক্ষ্মণে প্ৰকাশ কৰা অনুসৰি গণনা আৰম্ভ হোৱাৰ প্ৰথম ঘণ্টাৰ পৰা পৰ্যায় ক্ৰমে ফলাফলসমূহ প্ৰকাশ কৰি থাকিব ৷ তেওঁ লগতে কয় যে VVPAT ৰ বাবে ফলাফল ঘোষণাত লাগিব পাৰে কিছু অতিৰিক্ত সময় ৷

ভোট গণনাৰ বাবে সাজু শিৱসাগৰ প্ৰশাসন

ভোটগণনা কেন্দ্ৰটোত শিৱসাগৰ,আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ ভোট গণনা সম্পন্ন হ’ব আৰু চূড়ান্ত ফলাফল ঘোষিত হ’ব যোৰহাটৰ ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ৰ পৰা ৷ ইয়াৰোপৰি ভোট গণনাৰ বাবে প্ৰশাসনে নিৰাপত্তা আৰু যাৱতীয় সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে । যোৰহাট সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ আঠগৰাকীকৈ প্ৰাৰ্থী ৷

*২৩ মে'ৰ ভোট গণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন--তিনি বিধান সভা সমষ্টিৰ ভোটগণনা হ'ব শিৱসাগৰত*
Story-ELECTION_COUNTING
Ananta Smith
Sivasagar
21st May

A_SVR_21ST_MAY_809-812_ELECTION_COUNTING_7203499

ভোট গণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন।

২৩ মে ৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হব ভোট গণনা।

শিৱসাগৰ নগৰৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ টা হলত হব এই গণনা।

গণনা আৰম্ভ হোৱাৰ প্ৰথম ঘণ্টাৰ পৰা পৰ্যায় ক্ৰমে ফলাফল আহিব বুলি প্ৰকাশ শিৱসাগৰ জিলা উপাযুক্ত ডঃ এছ লক্সমননৰ।

VVPAT ৰ বাবে ফলাফল ঘোষণাত কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন হব।

উল্লেখযোগ্য যে যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ শিৱসাগৰ নিৰ্বাচনী জিলাৰ ক্ৰমে শিৱসাগৰ,আমগুৰি আৰু থাওৰা সমষ্টিৰ ভোট গণনা শিৱসাগৰৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হব।

চূড়ান্ত ফলাফল যোৰহাটৰ ৰিটাৰৰ্নিং অফিচৰ পৰা ঘোষিত হব।

ভোট গণনাৰ বাবে প্ৰশাসনে নিৰাপত্তা আৰু যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

যোৰহাট লোকসভা সমষ্টিৰ পৰা ভোট যুদ্ধত অৱৰ্তীন ৮ প্ৰাৰ্থীৰ কোনে শেষ হাঁহি মাৰি সেই কথা নিৰূপণ কৰিব EVM ত বন্দী জনতাৰ জনমতে।

Bite1-2-3--জিলা উপায়ুক্ত, শিৱসাগৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.