ETV Bharat / city

উন্নত তাঁতশালৰ প্ৰশিক্ষণৰে স্বাৱলম্বী হ'ব শিপিনী - শিৱসাগৰ

শিৱসাগৰৰ স'ৰাগুৰি চাপৰিত অএনজিচিৰ উদ্যোগত মহিলা সৱলীকৰণৰ বিশেষ ব্যৱস্থা ৷ তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ ২০ গৰাকী মহিলাক

অ'এনজিচি ৰ উদ্যোগত তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ
author img

By

Published : Jun 1, 2019, 3:15 PM IST

শিৱসাগৰ, 1 জুনঃ শিৱসাগৰত অএনজিচি অসম সম্পদৰ পৃষ্ঠপোষকতাত মহিলা সৱলীকৰণ আঁচনিৰ অধীনত ২০ গৰাকী মহিলাক উন্নত তাঁতশালৰ প্ৰশিক্ষণ ৷ সৰাগুৰি চাপৰিৰ জালুৱৈ ভৱনত অনুষ্ঠিত কৰা হৈছে তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ কাৰ্যসূচী । ইন্টিগ্ৰেটেড ৰুৰেল আৰ্টিচিয়ান ডেভেলপমেণ্ট অৰগেনাইজেশ্বন নামৰ এক বেচৰকাৰী সংস্থাই প্ৰদান কৰা প্ৰশিক্ষণৰ সমস্ত ব্যৱস্থা কৰিছে অএনজিচি ৰ সামাজিক দায়বদ্ধতা বিভাগে ৷ ইতিমধ্যে দুজন মুখ্য প্ৰশিক্ষকে পাটি তাঁতশালত শিপিনী ৰূপে অভিজ্ঞতা থকা ২০ গৰাকী মহিলাক জাকাৰ্ট উইভিং শালৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ।

অ'এনজিচি ৰ উদ্যোগত তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ

সাধাৰণ পাটি তাঁতশালৰ তুলনাত অধিক কাম আৰু উন্নত চানেকিৰে কাম কৰিব পৰা এনে শালত শিপিনীয়ে তুলনামূলকভাৱে অধিক উৎপাদন কৰিব পাৰিব । গাঁৱৰ মহিলা সকলক স্বনিৰ্ভৰশীল কৰি তোলাই এই প্ৰশিক্ষণৰ মূল লক্ষ্য বুলি জনাই প্ৰশিক্ষক সকলে৷ প্ৰশিক্ষণৰ জৰিয়তে পাকৈত হৈ এই মহিলা সকলক ভৱিষ্যতে অএনজিচি ৰ তৰফৰ পৰা সা-সৰঞ্জামেৰে সংস্থাপিত কৰাৰ সম্ভাৱনা আছে বুলি জনাই প্ৰশিক্ষণৰত একাংশ মহিলাই । আনহাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী আই.আৰ. এ.ডি.অ.ৰ তৰফৰ পৰা বিপনন কৰা হব বুলিও জানিব দিছে মহিলাসকলে ।

আৰু পঢ়কঃ বাইহাটাত বিনামূলীয়া স্বাস্থ্য শিবিৰ

*শিৱসাগৰৰ স'ৰাগুৰি চাপৰিত অএনজিচি ৰ উদ্যোগত মহিলা সৱলীকৰণ প্ৰশিক্ষণ-উন্নত তাঁতশালত প্ৰশিক্ষণ লৈছে ২০ গৰাকী মহিলাই*
Story-WOMEN_EMPOWERMENT
Ananta Smith
Sivasagar
01st June

A_SVR_01ST_JUN_801-803_WOMEN_EMPOWERMENT_7203499

শিৱসাগৰত অএনজিচি অসম সম্পদৰ পৃষ্ঠপোষকতাত মহিলা সৱলীকৰণ আঁচনিৰ অধিনত ২০ গৰাকী গাঁৱৰ মহিলাক উন্নত তাঁতশালৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।সৰাগুৰি চাপৰিৰ জালুৱৈ ভৱনত অনুষ্ঠিত হৈছে তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ।ইণ্ট্ৰিগেটেড ৰুৰেল আৰ্টিচিয়ান ডেভলেপমেণ্ট অৰগেনিজেশ্বন নামৰ এক বেচৰকাৰী সংস্থাই প্ৰদান কৰা প্ৰশিক্ষণৰ সমস্ত ব্যৱস্থা কৰিছে অএনজিচি ৰ সামাজিক দায়বদ্ধতা বিভাগে।দুজন মূখ্য প্ৰশিক্ষকে ইতিমধ্যে পাটি তাঁতশালত শিপিনী ৰূপে অভিজ্ঞতা থকা ২০ গৰাকী মহিলাক জাকাৰ্ট উইভিং শালৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে।সাধাৰণ পাটি তাঁতশালৰ তুলনাত অধিক কাম আৰু উন্নত চানেকিৰে কাম কৰিব পৰা এনে শালত শিপিনীয়ে তুলনামূলকভাৱে অধিক উৎপাদন কৰিব পাৰিব।ইয়াৰ দ্বাৰা গাঁৱৰ মহিলাক স্বনিৰ্ভৰশীল কৰি তোলা এই প্ৰশিক্ষণ অনুষ্ঠানৰ মূল লক্ষ্য।প্ৰশিক্ষণৰ জড়িয়তে পাকৈত হৈ এই মহিলা সকলক ভৱিষ্যতে অএনজিচি ৰ তৰফৰ পৰা সা-সৰঞ্জামেৰে সংস্থাপিত কৰাৰ সম্ভাৱনা আছে।আনহাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী আই.আৰ. এ.ডি.অ.ৰ তৰফৰ পৰা বিপনন কৰা হব বুলিও জানিব দিছে।

Bite--প্ৰশিক্ষণৰত মহিলা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.