নাজিৰা, 8 জুন: নাজিৰা আৰক্ষী চকীক অসমৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । 2018 বৰ্ষত অসমৰ আৰক্ষী চকীসমূহৰ বাৰ্ষিক স্থান মূল্যাংকত ৰাজ্যখনৰ আৰক্ষী চকীসমূহৰ ভিতৰত ‘নাজিৰা আৰক্ষী চকী’ক শ্ৰেষ্ঠ আৰক্ষী চকী হিচাপে ঘোষণা কৰে গৃহ মন্ত্ৰালয়ৰ এটা বিশেষ প্ৰতিনিধি দলে ৷ উল্লেখ্য যে, গৃহ মন্ত্ৰালয়ৰ দলটোৱে ৰাজ্যখনৰ সকলোবোৰ থানাৰ পৰিদৰ্শন তথা পৰীক্ষণৰ অন্তত নাজিৰা আৰক্ষী চকীক প্ৰদান কৰে ‘চাৰ্টিফিকেট অৱ এক্সিলেন্স’ৰ সন্মান ৷
আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’ - চাৰ্টিফিকেট অৱ এক্সিলেন্স
ৰাজ্যখনৰ আৰক্ষী চকীসমূহৰ ভিতৰত নাজিৰা আৰক্ষী চকীক শ্ৰেষ্ঠ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৷ গৃহ মন্ত্ৰালয়ৰ এটা বিশেষ প্ৰতিনিধি দলে ৰাজ্যৰ প্ৰতিখন আৰক্ষী চকী পৰিদৰ্শনৰ অন্তত নাজিৰা আৰক্ষী চকীক প্ৰদান কৰে এই বিশেষ সন্মান ৷

আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’
নাজিৰা, 8 জুন: নাজিৰা আৰক্ষী চকীক অসমৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । 2018 বৰ্ষত অসমৰ আৰক্ষী চকীসমূহৰ বাৰ্ষিক স্থান মূল্যাংকত ৰাজ্যখনৰ আৰক্ষী চকীসমূহৰ ভিতৰত ‘নাজিৰা আৰক্ষী চকী’ক শ্ৰেষ্ঠ আৰক্ষী চকী হিচাপে ঘোষণা কৰে গৃহ মন্ত্ৰালয়ৰ এটা বিশেষ প্ৰতিনিধি দলে ৷ উল্লেখ্য যে, গৃহ মন্ত্ৰালয়ৰ দলটোৱে ৰাজ্যখনৰ সকলোবোৰ থানাৰ পৰিদৰ্শন তথা পৰীক্ষণৰ অন্তত নাজিৰা আৰক্ষী চকীক প্ৰদান কৰে ‘চাৰ্টিফিকেট অৱ এক্সিলেন্স’ৰ সন্মান ৷
আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’
আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’
Intro:Body:A_NZR_8TH_JUN_801_VISUAL1_NAZIRA_MODEL_POLICE_STATION_ASC10018
নাজিৰা, ৮ জুন- নাজিৰা আৰক্ষী থানাক অসমৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ২০১৮ বৰ্ষৰ আৰক্ষী থানাসমূহৰ বাৰ্ষিক স্থান মূল্যাংকত (এনুৱেল ৰেংকিং) ৰাজ্যখনৰ থানাসমূহৰ ভিতৰত নাজিৰা আৰক্ষী থানাক শ্ৰেষ্ঠ হিচাপে ঘোষণা কৰা হৈছে।
গৃহ মন্ত্ৰালয়ৰ এটা বিশেষ প্ৰতিনিধি দলে নাজিৰা আৰক্ষী থানাক শ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান প্ৰদান কৰে। ‘’চাৰ্টিফিকেট অৱ এক্সিলেন্স’’ প্ৰদান কৰি বছৰটোৰ সকলো দিশৰ পৰা থানাখনক ৰাজ্যৰ আন আৰক্ষী থানাসমূহৰ ভিতৰত উৎকৃষ্ট হিচাপে মৰ্যাদা দিয়ে।
উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ৰ দলটোৱে ৰাজ্যখনৰ সকলোবোৰ থানা পৰিদৰ্শন কৰিছিল আৰু পৰীক্ষা কৰাৰ পাছত নাজিৰা আৰক্ষী থানাক সকলোবোৰৰ মাজত শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে নিৰ্বাচিত কৰে।Conclusion:

Last Updated : Jun 11, 2019, 11:43 AM IST