ETV Bharat / city

শিৱসাগৰত গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰত মুখৰিত মহাবাহুৰ বালিচৰ - সাহিত্য সভা

শিৱসাগৰ জিলা সাহিত্য সভাৰ সদস্য সকলে অনুষ্ঠিত কৰে এক ব্যতিক্ৰমী অনুস্থানৰ ৷ প্ৰায় আঢ়ৈ কুৰিৰো অধিক কবিয়ে মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত আবৃতি কৰিলে স্ব-ৰচিত কবিতা ৷

A_Amg_807_812_6_Dec_literary programme_IMG
শিৱসাগৰত গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰত মুখৰিত মহাবাহুৰ বালিচৰ
author img

By

Published : Dec 6, 2020, 8:18 PM IST

আমগুৰি,৬ ডিচেম্বৰঃ শিৱসাগৰ জিলাৰ আলিমুৰ মিচিং গাঁৱত শিৱসাগৰ জিলা সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুস্থান অনুষ্ঠিত হয় মহাবাহুৰ বালিচৰত ৷ শীতৰ আগমনৰ লগে লগেই বিভিন্ন নদী- উপনৈৰ বালি চৰত আৰম্ভ হয় বনভোজৰ লগতে বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠানৰ । তেনে এক পৰিৱেশৰ মাজতেই ঝাও বনৰ মাজত আজি শিৱসাগৰ জিলা সাহিত্য সভাই আয়োজন কৰে কবিতা পাঠৰ অনুস্থানটি । উক্ত অনুষ্ঠানত প্ৰায় আঢ়ৈ কুৰিৰো অধিক কবিয়ে অংশগ্ৰহণ কৰি পাঠ কৰে বহু সুন্দৰ কবিতা ৷

A_Amg_807_812_6_Dec_literary programme_IMG
শিৱসাগৰত গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰত মুখৰিত মহাবাহুৰ বালিচৰ

লগতে কবিতা পাঠৰ অনুস্থানটিত গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰে এক সুকীয়া মাত্ৰা প্ৰদান কৰে। শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈৰ সভাপতিত্বত অনুস্থিত হোৱা অনুস্থানটি সঞ্চালনা কৰে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা লোক সংস্কৃতিৰ গৱেষক ড° অনিল গগৈয়ে ।

লগতে পঢ়ক-নাৰায়ণপুৰত দিব্যাংগ সকলক কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপনৰ শিৱিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.