ETV Bharat / city

শিৱসাগৰত কৰ’ণাত আক্ৰান্ত হৈ 40 বছৰীয়া যুৱকৰ মৃত্যু

author img

By

Published : May 17, 2021, 5:41 PM IST

শিৱসাগৰ জিলাক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ‘ণাক আক্ৰান্তৰ সংখ্যা ৷ কৰ’ণাত আক্ৰান্ত হৈ শ্ৰীমন্ত দহোটীয়া নামৰ এগৰাকী লোকৰ মৃত্যু ৷

শিৱসাগৰত কৰ’ণাত আক্ৰান্ত হৈ 40 বছৰীয়া যুৱকৰ মৃত্যু
শিৱসাগৰত কৰ’ণাত আক্ৰান্ত হৈ 40 বছৰীয়া যুৱকৰ মৃত্যু

আমগুৰি,১৭ মে': শিৱসাগক জিলাতো ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ শিৱসাগৰ জিলাৰ কালুগাঁও ভৰলুৱাৰ এজন 40 বছৰীয়া ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুমূখত পৰে ৷ মৃত্যু হোৱা ব্যক্তিজনৰ নাম শ্ৰীমন্ত দহোটীয়া বুলি জানিব পৰা গৈছে ৷ বিগত কেইদিনমান ধৰি ক’ভিডত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল ব্যক্তিজন ৷

উল্লেখ্য যে, কৰ’ণাত আক্ৰান্তৰ বৃদ্ধিৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাত এখন ক’ভিড হাস্পতাল প্ৰস্তুত কৰি উলিয়াইছে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : হত্যাৰ 25 বছৰ পাচতো চিনাক্ত নহ’ল পৰাগ দাসৰ হত্যাকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.