শিলচৰ, 8 অক্টোবৰঃ আজি বিজয়া দশমী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিলচৰতো দেৱী বিসৰ্জনৰ বিশাল আয়োজন ৷ কাছাৰৰ জিলা উপায়ুক্ত লায়া মাধুৰীকো দেখা গ’ল বিজয়া দশমীৰ আনন্দ উল্লাস কৰা ৷ লগতে দেৱী বিসৰ্জন ঘাটৰ পৰিস্থিতিৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে ৷ স্থানীয় সদৰঘাট বিসৰ্জন থলীত শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালো উপস্থিত হয় ৷ বিধায়কজনে ৰাজ্যবাসীলৈ বিজয়াৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেৱী বিসৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
শিলচৰত বিজয়া দশমীৰ বিশাল আয়োজন - শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালো উপস্থিত বিসৰ্জন থলীত
শিলচৰৰ বিজয়া দশমীৰ আনন্দ উল্লাস ৷ কাছাৰৰ জিলা উপায়ুক্ত লায়া মাধুৰী, শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালো উপস্থিত বিসৰ্জন থলীত ৷
![শিলচৰত বিজয়া দশমীৰ বিশাল আয়োজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4689576-thumbnail-3x2-silchar.jpg?imwidth=3840)
শিলচৰত উদযাপন বিজয়া দশমী
শিলচৰ, 8 অক্টোবৰঃ আজি বিজয়া দশমী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিলচৰতো দেৱী বিসৰ্জনৰ বিশাল আয়োজন ৷ কাছাৰৰ জিলা উপায়ুক্ত লায়া মাধুৰীকো দেখা গ’ল বিজয়া দশমীৰ আনন্দ উল্লাস কৰা ৷ লগতে দেৱী বিসৰ্জন ঘাটৰ পৰিস্থিতিৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে ৷ স্থানীয় সদৰঘাট বিসৰ্জন থলীত শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালো উপস্থিত হয় ৷ বিধায়কজনে ৰাজ্যবাসীলৈ বিজয়াৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেৱী বিসৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
শিলচৰত উদযাপন বিজয়া দশমী
Intro:আজি দেবী দুৰ্গা পূজাৰ অন্তিম দিন। আজি বিসৰ্জন। আজি বিজয়া দশমী। শিলচৰ চহৰৰ ঠাইয়ে ঠাইয়ে বিভিন্ন আৰু বাড়িৰ পূজা স্থলিত মহিলা সকলক সিন্দুৰ খেল খেলিবলৈ দেখা গৈছে। স্বামীৰ দীৰ্ঘ জীৱন কামনা কৰি তেওঁBody:স্বামীৰ দীৰ্ঘ জীৱন কামনা কৰি তেওঁ দেবী দুৰ্গাৰ আশীৰ্বাদ বিচাৰি এই সিন্দুৰ খেল খেলি থাকে। আন সকলৰ লগতে কাছাৰৰ জিলা উপায়ুক্ত লায়া মাধুৰীৰক পূজা স্থলিত আন মহিলা সকলৰ লগত সিন্দুৰ খেল খেলিবলৈ দেখা গৈছে। লগতে তেওঁ সেলফী ওঠাত দেখা গৈছে। ছাত্ৰ ছাত্ৰী সকলক খাতা পুথি দেবী দুৰ্গাৰ চৰণ স্পৰ্শ কৰি পড়াশোনা ভাল কৰিবলৈ আশীৰ্বাদ বিচাৰে।
শিলচৰত ইপিনে সদৰঘাটত পূৰ্ন উদ্যোগে বিসৰ্জন আৰম্ভ হৈ গৈছে। এটাৰ পিছত এটাকৈ মূৰ্তি আহি আছে। শোভাযাত্ৰা আৰম্ভ হৈ গৈছে । জিলা উপায়ুক্ত লায়া মাধুৰী সুস্মিতা দেৱ গোটেই সকলে আহিছে বিসৰ্জন ঘাটত
ইপিনে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে নিজে সদৰঘাট আহি বিসৰ্জনৰ প্ৰস্তুতি প্ৰত্যক্ষ কৰে। তেওঁ প্ৰস্তুতি চাই খুশি ব্যক্ত কৰে আৰু ৰাজ্যবাসীলৈ বিজয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছে। Conclusion:আনন্দ আৰু আনন্দ