ETV Bharat / city

শিলচৰত মহিলাসকলৰ চাফাই অভিযান - সদৌ নিযুক্তি প্ৰাপ্ত অতিৰিক্ত জিলা উপায়ক্ত

শিলচৰৰ বিভিন্ন এলেকাত আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ৰাজপথলৈ ওলাই আহে মহিলাসকল, মহিলাসকলৰ লগতে অতিৰিক্ত জিলা উপায়ক্ত মাৰিয়া তামিনে পৰিষ্কাৰ কৰে ৰাজপথৰ আৱৰ্জনা

শিলচৰত মহিলাসকলৰ চাফাই অভিযান
author img

By

Published : Apr 30, 2019, 11:41 PM IST

শিলচৰ,৩০ এপ্ৰিলঃ মঙলবাৰে শিলচৰত চাফাই অভিযানৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত শিলচৰৰ বিভিন্ন এলেকাত থকা আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ৰাজপথলৈ ওলাই আহে মহিলাসকল। শিলচৰৰ সদ্য নিযুক্তি প্ৰাপ্ত অতিৰিক্ত জিলা উপায়ক্ত মাৰিয়া তামিনে শিলচৰক এখন পৰিষ্কাৰমুক্ত চহৰ কৰি গঢ়ি তুলিবলৈ এই প্ৰচেষ্টা হাতত লয়। মাৰিয়া তামিনক শিলচৰৰ মহিলাসকলৰ লগতে পুষ্পঞ্জলী আঞ্চলিক পঞ্চায়ত সংস্থাই এই চাফাই অভিযানত সহযোগ কৰে ।

News Silchar 
Maria Tamim takes broom to clean silchar
শিলচৰ চহৰক আৱৰ্জনা পৰিস্কাৰ কৰাৰ লক্ষ্য সদৌ নিযুক্তি প্ৰাপ্ত ADC Maria Tamim আজি শিলচৰৰ বিভিন্ন এলেকাৰ পথৰ ওচৰৰত থকা আৱৰ্জনা পৰিষ্কাৰ কৰে।লগতে তেওঁ ৰাইজৰ ওচৰত আবেদন কৰে সহযোগিতা কৰাৰ কাৰণে ।তাক সহায়ত কৰে পুষ্পঞ্জলী আঞ্চলিক পঞ্চায়ত সংস্থা ।
fotage FTP 
Slug as_sil_swacho1_vis1_ 7204759
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.