ETV Bharat / city

আদালতত হাজিৰ শিলচৰ ধৰ্ষণকাণ্ডৰ তিনি অপৰাধী

author img

By

Published : Oct 19, 2019, 11:34 PM IST

শিলচৰত পাশৱিক ঘটনা ৷ মূল অপৰাধীৰ আত্মহত্যা ৷

আদালতত হাজিৰ শিলচৰ ধৰ্ষণ কাণ্ডৰ তিনি অপৰাধী

শিলচৰ,19 অক্টোবৰ: শেহতীয়াভাৱে শিলচৰ কঁপাই যোৱা যুৱতীৰ ধৰ্ষণ-হত্যাকাণ্ডৰ তিনিগৰাকী অপৰাধীক আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰিছে ৷ বাকবাহাৰ ধোৱাৰবন্ধ এলেকাত যোৱা 16 অক্টোবৰ তাৰিখে এগৰাকী যুৱতীক এদল যুৱকে গণ-ধৰ্ষণ কৰাৰ এক পাশৱিক ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাৰ পাচতেই ধৰ্ষণকাণ্ডৰ মূল অপৰাধী ৰাজেন দাস নামৰ যুৱকজনে ডিঙি কাটি আত্মহত্যা কৰে ৷

অপৰাধীক ফাঁচীৰ দাবী বিভিন্ন দল-সংগঠনৰ

এই ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত বিভিন্ন দল-সংগঠন ওলাই আহে আৰু দোষীক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদকাৰীসকলে শনিবাৰে আদালতত হাজিৰ কৰোৱা তিনিজন ধৰ্ষণকাৰীক ফাঁচীকাঠত ওলোমাবলৈ দাবী জনাইছে ৷

Intro:16 অক্টোবৰ বাকবাহাৰ ধোৱাৰবন্ধ এলাকত এলেজাবেথ চাংথে নামক এজন ছোৱালীক rap কৰিছিল স্থানীয় লৰা সকলে ।তাৰপিছত তেওঁ লোকে তাক খুন কৰে । মাৰ সম্প্ৰদায়ৰ এই ছোৱালী জনৰ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত এলেকাৰ ৰাইজে প্ৰতিবাদ কৰাৰ পিছত তিনি জনক গ্ৰেপ্তাৰ কৰে পুলিচে। আজি তিনিজন অপৰাধীক কোৰ্টত তোলে পুলিচছে। যদিও মূল অপৰাধী এই ঘটনাৰ পিছত ডিগীত দৰি লগাই suiside কৰে তেওঁ।Body:16 অক্টোবৰ বাকবাহাৰ ধোৱাৰবন্ধ এলাকত এলেজাবেথ চাংথে নামক এজন ছোৱালীক rap কৰিছিল স্থানীয় লৰা সকলে ।তাৰপিছত তেওঁ লোকে তাক খুন কৰে । মাৰ সম্প্ৰদায়ৰ এই ছোৱালী জনৰ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত এলেকাৰ ৰাইজে প্ৰতিবাদ কৰাৰ পিছত তিনি জনক গ্ৰেপ্তাৰ কৰে পুলিচে। আজি তিনিজন অপৰাধীক কোৰ্টত তোলে পুলিচছে। যদিও মূল অপৰাধী এই ঘটনাৰ পিছত ডিগীত দৰি লগাই suiside কৰে তেওঁ।এই ঘটনাৰ পিছত বিভিন্ন সংঘটন আগবাড়ি আহিছে তেওঁ লোককে সাহায্য কৰাৰ কাৰণে ।
Conclusion:এতিয়া তেওঁলোকে অপৰাধীক ফাঁচীৰ দাবীত আন্দোলনৰ কথা চিন্তা কৰিয়াছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.