ETV Bharat / city

গৌতম ৰয়ৰ বিৰুদ্ধে সৰৱ শিলচৰ জিলা কংগ্ৰেছ

author img

By

Published : Aug 21, 2019, 7:49 PM IST

গৌতম ৰয়ৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শিলচৰ জিলা কংগ্ৰেছে ৷ দুৰ্নীতিৰ পৰা হাত সৰাৰ বাবে বিজেপিত যোগদানৰ অভিযোগ ৷ তেওঁৰ প্ৰয়াত পিতৃ সন্তোষ কুমাৰ ৰয়ক অপমান কৰাৰ অভিযোগ প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে ৷

গৌতম ৰয়ৰ বিৰুদ্ধে সৰৱ শিলচৰ জিলা কংগ্ৰেছ

শিলচৰ, 21আগষ্টঃ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিৰুদ্ধে সৰব হ'ল শিলচৰ জিলা কংগ্ৰেছ ৷ বুধবাৰে শিলচৰৰ ইন্দিৰা ভৱনত সংবাদমেল আয়েজন কৰি শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ দেই কয় যে গৌতম ৰয়ে দুৰ্নীতিৰ পৰা বাচিবৰ কাৰণে বিজেপিত যোগদান কৰি অন্তৱৰ্তী জামিন ল'লে ৷ লগতে তেওঁ কয় যে গৌতম ৰয়ে কংগ্ৰেছক অস্তিত্বহীন দল বুলি মন্তব্য কৰি কেৱল কংগ্ৰেছক অপমান কৰা নাই , তেওঁৰ প্ৰয়াত পিতৃ আজীৱন কংগ্ৰেছৰ সদস্য তথা কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সন্তোষ কুমাৰ ৰয়ৰ লগতে নেতাজী , মহাত্মা গান্ধীকো অপমান কৰিছে ৷ কেৱল ক্ষমতাৰ লোভত কংগ্ৰেছক অপমান কৰিছে গৌতম ৰয়ে ৷ উল্লেখযোগ্য যে বিজেপিত যোগদান কৰাৰ পাছতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজন ৷

Intro:Slug :- গৌতম ৰয়ৰ বিৰুদ্ধে সৰব শিলচৰ জিলা কংগ্ৰেছ
News :- প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিৰুদ্ধে সৰব হল শিলচৰ জিলা কংগ্ৰেছ ৷ আজি শিলচৰ ইন্দিৰা ভবনত সংবাদমেল কৰি সদ্য বিজেপিত যোগদান কাৰি প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিৰুদ্ধে আক্ৰমন কৰিলে কংগ্ৰেছ নেতা সকলে ৷Body:Slug :- গৌতম ৰয়ৰ বিৰুদ্ধে সৰব শিলচৰ জিলা কংগ্ৰেছ
News :- প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিৰুদ্ধে সৰব হল শিলচৰ জিলা কংগ্ৰেছ ৷ আজি শিলচৰ ইন্দিৰা ভবনত সংবাদমেল কৰি সদ্য বিজেপিত যোগদান কাৰি প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিৰুদ্ধে আক্ৰমন কৰিলে কংগ্ৰেছ নেতা সকলে ৷ জিলা কংগ্ৰেছ সভাপতি প্ৰদীপ দে কলে গৌতম ৰয়ে কংগ্ৰেছক অস্তিত্বহীন (বাউটা) দল বুলি যি মন্তব্য কৰিছে তাতে কেবল কংগ্ৰেছক অপমান কৰা নাই , তেওঁৰ পিতৃ প্ৰয়াত সন্তোষ কুমাৰ ৰয়ক অপমান কৰিছে , নেতাজী , মহাত্মা গান্ধীক অপমান কৰিছে ৷ কাৰন সন্তোষ কুমাৰ ৰয় কংগ্ৰেছ দলত আজীবন আছিল ৷ বিধায়ক আছিল ৷ তেওঁৰ পিতৃ যি দলত আজীবন আছিলে সেই দলক ক্ষমতাৰ লোভত অপমান কৰিলে গৌতম ৰয় ৷ এছাড়া নেতাজী , মহাত্মা গান্ধীৰ যি দলক নেতৃত্বত দিছিলে তেওঁ লোকক ও অপমান কৰিলে প্ৰাক্তন মন্ত্ৰী গৰাকীএ ৷ প্ৰদীপ দে আৰো কলে গৌতম ৰয় দুৰ্নীতিৰ পৰা বছাৰ কাৰনে বিজেপিত দিয়ি অন্তৰবৰ্তী জমিন ললে ৷ বাইট--- প্ৰদীপ দে ৷
Conclusion:এতিয়া গৌতম ৰায় কি কয় সেইটো দেখাৰ বিষয় ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.