ETV Bharat / city

ছিণ্ডিকেটৰাজক লৈ সৰৱ শিলচৰ কংগ্ৰেছ : উপায়ুক্তক স্মাৰকপত্ৰ দাখিল

author img

By

Published : Aug 29, 2019, 9:49 PM IST

বৰাক উপত্যকাৰ লগতে অসমৰ ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সৰৱ হ'ল শিলচৰ কংগ্ৰেছ ৷

ছিণ্ডিকেট ৰাজক লৈ সৰৱ শিলচৰ কংগ্ৰেছ : উপায়ুক্তক স্মাৰকপত্ৰ দাখিল

শিলচৰ, 29 আগষ্টঃ বৰাক উপত্যকাৰ লগতে অসমৰ ছিণ্ডিকেট ৰাজক লৈ সৰৱ হৈছে শিলচৰ কংগ্ৰেছ । বৃহস্পতিবাৰে জিলা কংগ্ৰেছৰ এটা উচ্চস্তৰীয় দলে জিলা উপায়ুক্ত লয়া মাদুৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্দেশ্যে এখন স্মাৰকপত্ৰ প্ৰদান কৰে । এই স্মাৰকপত্ৰৰ জৰিয়তে বৰাক তথা অসমৰ বিভিন্ন ঠাইত কয়লা, সাৰ, বাৰ্মিজ, চুপাৰী, কাঠ আদিৰ ছিণ্ডিকেট একাংশ দলীয় নেতাৰ সহায়ত চলি আছে বুলি স্পষ্ট কৰি দিয়ে শিলচৰ কংগ্ৰেছে ৷ তাৰোপৰি প্ৰাক্তন মন্ত্ৰী অজিত সিঙে কয় যে, চিণ্ডিকেটৰাজৰ বাবেই চাহ বাগিচা, ইটা শিল্পৰ লগত বহুবিধ শিল্প সংকটত পৰিছে আৰু বৰ্তমান উন্নয়নৰ গতি লেহেমীয়া হৈ পৰিছে ।

লগতে এখন শুদ্ধ এন আৰ চি বিচাৰে বুলিও মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছৰ নেতাগৰাকীয়ে । আনহাতে তেওঁ কয় যে, নাগৰিকপঞ্জীত সকলো ভাৰতীয় নাগৰিকৰ নাম থাকিব লাগিব, অন্যথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হব ।

Intro:NEWS Silchar 29August.. বৰাক উপত্যকাৰ লগতে অসমৰ সিণ্ডিকেট ৰাজ লৈ সোচ্চাৰ হৈছে শিলচৰ কংগ্ৰেছ।Body:NEWS Silchar 29August.. বৰাক উপত্যকাৰ লগতে অসমৰ সিণ্ডিকেট ৰাজ লৈ সোচ্চাৰ হৈছে শিলচৰ কংগ্ৰেছ। আজি জিলা কংগ্ৰেছৰ এটা উচ্চস্তৰীয় দল জিলা উপায়ুক্ত লয়া মাধুৰীৰ লগত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উদ্দেশ্যেৰে লিখা স্মাৰকপত্ৰ তুলি দিয়ে। দীৰ্ঘ এই স্মাৰকপত্ৰত তেওঁ বৰাক তথা অসমৰ বিভিন্ন ঠাইত কয়লা, সাৰ, বাৰ্মিজ সুপাৰী, কাঠ আদিৰ সিণ্ডিকেট একাংশ শাসকদলীয় নেতাৰ মদতত চলিছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। পিছত প্ৰাক্তন মন্ত্ৰী অজিত সিংহে কয়, সিণ্ডিকেট ৰাজৰ বাবে আজি চাহ বাগিচা, ইটা শিল্পৰ লগত বহুবিদ শিল্প সংকটত পড়িছে। মুখ্যমন্ত্ৰীয়ে আগতে বহু মাত মাতিছিল কিন্তু আজি সিণ্ডিকেট ৰাজে মানুহক জ্বলাখলা খোৱাইছে।---বাইট
তেওঁ একে লগে এখন শুদ্ধ নাগৰিক পঞ্জী বিচাৰে। তেওঁ কয় নাগৰিক পঞ্জীত সকলো ভাৰতীয় নাগৰিকৰ নাম থাকিব লাগিব, নহলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হব।---বাইটConclusion:NEWS Silchar 29August.. বৰাক উপত্যকাৰ লগতে অসমৰ সিণ্ডিকেট ৰাজ লৈ সোচ্চাৰ হৈছে শিলচৰ কংগ্ৰেছ। আজি জিলা কংগ্ৰেছৰ এটা উচ্চস্তৰীয় দল জিলা উপায়ুক্ত লয়া মাধুৰীৰ লগত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উদ্দেশ্যেৰে লিখা স্মাৰকপত্ৰ তুলি দিয়ে। দীৰ্ঘ এই স্মাৰকপত্ৰত তেওঁ বৰাক তথা অসমৰ বিভিন্ন ঠাইত কয়লা, সাৰ, বাৰ্মিজ সুপাৰী, কাঠ আদিৰ সিণ্ডিকেট একাংশ শাসকদলীয় নেতাৰ মদতত চলিছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। পিছত প্ৰাক্তন মন্ত্ৰী অজিত সিংহে কয়, সিণ্ডিকেট ৰাজৰ বাবে আজি চাহ বাগিচা, ইটা শিল্পৰ লগত বহুবিদ শিল্প সংকটত পড়িছে। মুখ্যমন্ত্ৰীয়ে আগতে বহু মাত মাতিছিল কিন্তু আজি সিণ্ডিকেট ৰাজে মানুহক জ্বলাখলা খোৱাইছে।---বাইট
তেওঁ একে লগে এখন শুদ্ধ নাগৰিক পঞ্জী বিচাৰে। তেওঁ কয় নাগৰিক পঞ্জীত সকলো ভাৰতীয় নাগৰিকৰ নাম থাকিব লাগিব, নহলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হব।---বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.