ETV Bharat / city

শিলচৰৰ পথৰ দাঁতিত উদ্ধাৰ সদ্যজাত শিশু

author img

By

Published : Aug 28, 2019, 4:26 PM IST

বুধবাৰে পুৱা শিলচৰৰ  মিঠাপানি নামৰ এলেকাত কাৰ্টনত ভৰোৱা অৱস্হাত পথৰ কাষত এটি কেঁচুৱাটো উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে

শিলচৰৰ পথৰ দাঁতিত উদ্ধাৰ সদ্যজাত শিশু

শিলচৰ,28আগষ্টঃশিলচৰৰ পথৰ দাঁতিত পুৱা উদ্ধাৰ এটি সদ্যজাত শিশু ৷ পথৰ দাঁতিত এটি দেৱশিশু উদ্ধাৰ হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে শিলচৰত ৷ বুধবাৰে পুৱা শিলচৰৰ মিঠাপানি নামৰ এলেকাত কাৰ্টনত ভৰোৱা অৱস্হাত পথৰ কাষত এটি কেঁচুৱাটো উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বুধবাৰে পুৱা পথৰ কাষত এটি কাৰ্টন প্ৰত্যক্ষ কৰে স্হানীয় লোকে ৷

কোনে শিশুটিক এনেদৰে কাৰ্টনত ভৰাই পথৰ কাষত ৰাখিলে তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷

Intro:Silchar Breaking 28August
আজি পুৱা শিলচৰৰ আসাম বিশ্ববিদ্যালয় যোৱাৰ পথত মিঠাপানি বুলি ঠাইত এটা কাৰ্টনত এটা সদ্যজাত শিশু পোৱা গৈছে। Body:Silchar Breaking 28August
আজি পুৱা শিলচৰৰ আসাম বিশ্ববিদ্যালয় যোৱাৰ পথত মিঠাপানি বুলি ঠাইত এটা কাৰ্টনত এটা সদ্যজাত শিশু পোৱা গৈছে। কাৰ্টনত এখন ব্ল্যাঙ্কেট দি পেছোৱাই ৰখা আছিল শিশুক। পথচাৰী আৰু বিশ্ববিদ্যালয়ত যোৱা ছাত্র সকলে শিশুক এনে পথত পড়ি থকা দেখি আচৰিত হৈ পৰে। অনুমান কৰা হৈছে কোনোবা কুমাৰী মাৰ সন্তান এয়া। এই ঘটনা লৈ মিঠাপানি অঞ্চলত চাঞ্চল্য দেখা দিছে ৷Conclusion:Silchar Breaking 28August
আজি পুৱা শিলচৰৰ আসাম বিশ্ববিদ্যালয় যোৱাৰ পথত মিঠাপানি বুলি ঠাইত এটা কাৰ্টনত এটা সদ্যজাত শিশু পোৱা গৈছে। কাৰ্টনত এখন ব্ল্যাঙ্কেট দি পেছোৱাই ৰখা আছিল শিশুক। পথচাৰী আৰু বিশ্ববিদ্যালয়ত যোৱা ছাত্র সকলে শিশুক এনে পথত পড়ি থকা দেখি আচৰিত হৈ পৰে। অনুমান কৰা হৈছে কোনোবা কুমাৰী মাৰ সন্তান এয়া। এই ঘটনা লৈ মিঠাপানি অঞ্চলত চাঞ্চল্য দেখা দিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.