কাছাৰ,১২ মাৰ্চ: শিলচৰত অভিযান চলাবলৈ আহি অসম আৰক্ষীৰ হাতত আটক হ'ল মিজোৰাম আৰক্ষী ৷ সোমবাৰে মিজোৰাম আৰক্ষীৰ দলটোৱে অসম আৰক্ষীৰ কোনো অনুমতি নোলোৱাকৈ কোনো বৈধ নথি পত্ৰ অবিহনে প্ৰসেনজিত দত্ত নামৰ শিলচৰৰ এজন ব্যৱসায়ীৰ ঘৰত অভিযান চলায় । লগতে প্ৰসেনজিতক সোধপোছৰ বাবে মিজোৰামৰ উদ্দেশ্যে লৈ যোৱাৰ পথতে অসম আৰক্ষীয়ে মিজোৰামৰ আৰক্ষী দলটোক আটক কৰে । বৰ্তমান শিলচৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই মিজোৰামৰ ১৫ জনীয়া আৰক্ষী দলক জেৰা অব্যাহত ৰাখিছে ৷
পুলিছে ধৰিলে পুলিছক - অসম আৰক্ষী
নথি-পত্ৰ অবিহনে এজন ব্যৱসায়ীক সোধপোছ কৰিবলৈ আহি আটক হ'ল বহিঃ ৰাজ্যৰ আৰক্ষীৰ দলটো
![পুলিছে ধৰিলে পুলিছক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2674269-207-31a8647c-619f-41cf-a94d-66283944d078.jpg?imwidth=3840)
শিলচৰ আৰক্ষী
কাছাৰ,১২ মাৰ্চ: শিলচৰত অভিযান চলাবলৈ আহি অসম আৰক্ষীৰ হাতত আটক হ'ল মিজোৰাম আৰক্ষী ৷ সোমবাৰে মিজোৰাম আৰক্ষীৰ দলটোৱে অসম আৰক্ষীৰ কোনো অনুমতি নোলোৱাকৈ কোনো বৈধ নথি পত্ৰ অবিহনে প্ৰসেনজিত দত্ত নামৰ শিলচৰৰ এজন ব্যৱসায়ীৰ ঘৰত অভিযান চলায় । লগতে প্ৰসেনজিতক সোধপোছৰ বাবে মিজোৰামৰ উদ্দেশ্যে লৈ যোৱাৰ পথতে অসম আৰক্ষীয়ে মিজোৰামৰ আৰক্ষী দলটোক আটক কৰে । বৰ্তমান শিলচৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই মিজোৰামৰ ১৫ জনীয়া আৰক্ষী দলক জেৰা অব্যাহত ৰাখিছে ৷
অসম আৰক্ষীৰ হাতত আটক মিজোৰাম আৰক্ষীৰ দল
অসম আৰক্ষীৰ হাতত আটক মিজোৰাম আৰক্ষীৰ দল
Big Breaking
শিলচৰত অভিযান চলাবলৈ আহি অসম আৰক্ষীৰ উছৰত আটক মিজোৰামৰ কেইবাজনো আৰক্ষী ৷ বৰ্তমান শিলচৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত শীৰ্ষ আৰক্ষী বিষয়া সকলে জেৰা অব্যাহত ৰাখিছে মিজোৰামৰ ১৫ জনীয়া আৰক্ষী দলক ৷ প্ৰসনজিত দত্ত নামৰ শিলচৰৰ এজন ব্যাৱসায়ীয় ঘৰত অভিযান চলাই প্ৰসনজিতক মিজোৰামৰ উদ্দোশ্যে লৈ যোৱাৰ সময়ত পথৰ পৰা মিজোৰামৰ আৰক্ষী দলটোক আটক কৰি লৈ আনে শিলচৰ আৰক্ষীয়ে ৷
Footage ftp
Slug Silchar Mizoram police