ETV Bharat / city

নলবাৰীত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ আয়োজন - ক'ভিড প্ৰট'কলৰ মাজেৰে নলবাৰীত পালন লক্ষ্মী পূজা

নলবাৰীত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ আয়োজন ৷ ক'ভিড প্ৰট'কলৰ মাজেৰে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নলবাৰীতো পালন কৰা হয় লক্ষ্মী পূজা ।

Lakshmi puja organised in Nalbari
নলবাৰীত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ আয়োজন
author img

By

Published : Oct 30, 2020, 10:22 PM IST

নলবাৰী, 30 অক্টোবৰ : আজি ধন আৰু ঐশ্বৰ্য্যৰ অধিকাৰী দেৱী লক্ষ্মী পূজা । ক'ভিড প্ৰট'কলৰ মাজেৰে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নলবাৰীতো পালন কৰা হয় লক্ষ্মী পূজা ।

Lakshmi puja organised in Nalbari
নলবাৰীত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ আয়োজন

নলবাৰীৰ ভূনুকুছি গাঁৱত পূৰ্বৰ তুলনাত এইবাৰ পূজাৰ আনন্দ ম্লান পৰিছে যদিও সন্ধিয়া পূজাস্থলীত ভক্তৰ ভিৰ পৰা পৰিলক্ষিত কৰা হয় । ইফালে পূজাস্থলীত নামনি অসমৰ অন্যতম সংস্কৃতি নাগাৰা নাম প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক : চিঠি লিখি অসমৰ কংগ্ৰেছ নেতাক সংযত হোৱাৰ নিৰ্দেশ জিতেন্দ্ৰ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.