ETV Bharat / city

আছু আৰু ত্ৰিশ সংগঠনে শুদ্ধ NRC ৰ বাবে লাগি আছে আৰু থাকিবঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

নলবাৰীত আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদমেল ৷ বাংলাদেশী নাম মুক্ত এখন শুদ্ধ NRC হ'বলৈ NRC ৰ লগত জড়িত বিষয়া-কৰ্মচাৰী সকলে জাতীয়তাবোধ আগত ৰাখি কাম কৰিব লাগিব বুলি উল্লেখ আছুৰ মুখ্য উপদেষ্টা গৰাকীৰ ৷

নলবাৰীত আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল
author img

By

Published : May 11, 2019, 10:32 PM IST

  • বাংলাদেশী মুক্ত এখন শুদ্ধ NRC হ’বলৈ NRC ৰ লগত জড়িত বিষয়া-কৰ্মচাৰী সকলে জাতীয়তাবোধ আগত ৰাখি কাম কৰিব লাগিব
  • অসমত বসবাস কৰা সকলো ধৰ্মালম্বী,জাতি-জনগোষ্ঠীক সাঙুৰি শুদ্ধ NRC প্ৰস্তুত হোৱাৰ আশা আছুৰ
  • ১৯৭১ চনৰ আগত অহা হিন্দু-মুছলমান সকলোকে সাঙুৰি লোৱা হ’ব
  • কিন্তু ইয়াৰ পিচত অহা কাৰোৰে বোজা নলয় অসমে
  • শেহতীয়াভাৱে চৰকাৰে ডিটেনচন কেম্পৰ পৰা কৰায়ত্ত হৈ থকা বাংলাদেশী সকলক মুকলি কৰি দিব বিচৰাত ক্ষোভ আছুৰ
  • উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এখন শুদ্ধ NRC প্ৰকাশ পাব লাগে
  • সকলো বিষয়া-কৰ্মচাৰীয়ে সহযোগ কৰি আহিছে আৰু অনাগত দিনতো কৰাৰ আহ্বান
  • নলবাৰীত এক সংবাদমেলযোগে এই প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

Slug AASU Press Meet
11May19
Story FTP

#বাংলাদেশী নাম মুক্ত এখন শুদ্ধ NRC হবলৈ NRC ৰ লগত জৰিত বিষয়া-কৰ্মচাৰী সকলে জাতীয়তাবোধ আগত ৰাখি কাম কৰিবলৈ আহ্বান__সমুজ্বল ভট্টাচাৰ্য৷

#আছু আৰু ত্ৰিশ সংগঠনে অহৰহ শুদ্ধ NRC ৰ বাবে লাগি আছে আৰু থাকিব__ভট্টাচাৰ্য৷

#অসমত বসবাস কৰা সকলো ধৰ্মালম্বী,জাতি-জনগোষ্ঠীক সাঙুৰি শুদ্ধ NRC প্ৰস্তুত হোৱাৰ আশা আছুৰ__ভট্টাচাৰ্য৷

#১৯৭১ চনৰ আগত অহা হিন্দু-মুছলমান সকলোকে সাঙুৰি লোৱা হব৷কিন্তু ইয়াৰ পিছত অহা কাৰোৰে বোজা নলয় অসমে৷একমাত্ৰ খিলঞ্জীয়াক প্ৰাধান্য দিয়া হব NRC ত___ভট্টাচাৰ্য৷

#অবৈধ বাংলাদেশী বিতাড়ন কৰাৰ ক্ষেত্ৰত চৰকাৰী ভাৱে হেমাহি কৰাৰ অভিযোগ___ভট্টাচাৰ্য৷

#শেহতীয়াভাৱে চৰকাৰে ডিটেনচন কেম্পৰ পৰা কৰায়ত্ত হৈ থকা বাংলাদেশী সকলক মুকলি কৰি দিব বিচৰাত ক্ষোভ৷ইয়াৰ পৰিৱৰ্তে শীৰ্ঘ্ৰে চিনাক্ত কৰি বহিস্কাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান আছুৰ___ভট্টাচাৰ্য৷

#উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এখন শুদ্ধ NRC প্ৰকাশ পাব লাগে৷সকলো বিষয়া-কৰ্মচাৰীয়ে সহযোগ কৰি আহিছে আৰু অনাগত দিনতো কৰাৰ আহ্বান___ভট্টাচাৰ্য৷

#ঠায়ে ঠায়ে আপত্তিকাৰীক ভাবুকি দিয়া হৈছে৷ইয়াৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক___ভট্টাচাৰ্য৷

#নলবাৰীত সংবাদমেলযোগে এই প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.