ETV Bharat / city

কাজিৰঙাত পুনৰ গঁড় হত্যা : খৰ্গ লৈ উধাও চোৰাং চিকাৰী - প্ৰাপ্তবয়স্ক মাইকী গঁড়ৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙাত পুনৰ গঁড় হত্যা । মাইকী গঁড়ক গুলীয়াই হত্যা কৰি খৰ্গ লৈ উধাও চোৰাং চিকাৰী ।

খৰ্গ লৈ উধাও চোৰাং চিকাৰী
কাজিৰঙাত পুনৰ গঁড় হত্যা
author img

By

Published : Aug 8, 2020, 4:03 PM IST

নগাঁও, 8 আগষ্ট : কাজিৰঙাত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা । শনিবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ গৱৰাই বন শিবিৰ এলেকাত উদ্ধাৰ হয় প্ৰাপ্তবয়স্ক মাইকী গঁড়ৰ মৃতদেহ । চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰে গঁড়জনী ।

শুকুৰবাৰে বিয়লি সময়তে ছয় জাঁইকৈ গুলীৰ শব্দ শুনিছিল বন বিভাগৰ লোকে । চোৰাং চিকাৰীয়ে গঁড়জনীৰ খৰ্গ কাটি নিবলৈ সক্ষম হয় । ঘটনাস্থলীৰ পৰা বন বিভাগৰ লোকে ছয় জাঁইকৈ 303 ৰাইফলৰ গুলীৰ খালী কাৰ্তিজ উদ্ধাৰ কৰে । উল্লেখযোগ্য যে, শুকুৰবাৰে গুলীয়াই হত্যা কৰা গঁড়জনীৰ মৃতদেহ শনিবাৰে পুৱাহে উদ্ধাৰ কৰাত বন বিভাগৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক : কেৰালাৰ বিমান দুৰ্ঘটনা : প্ৰায় 19 জনৰ প্ৰাণহানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.