- চামগুৰিৰ শালনা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ৰেকাপাহাৰত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ।
- অজগৰ ডাল দেখাৰ পিছতেই খবৰ পাই শালনা আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে সাপডাল ৷
- উদ্ধাৰ কাৰ্যত বন বিভাগৰ লগত সহযোগিতা আগবঢ়াই অঞ্চলটোৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই ৷
- প্ৰায় চৈধ্য ফুট দৈঘ্যৰ আৰু ত্ৰিশ কেজি ওজনৰ অজগৰডাল পিছত বন বিভাগে চোৱাং বনাঞ্চলত মুকলি কৰি দিয়ে ।
চামগুৰিত অজগৰ উদ্ধাৰ - Regional Forest Department
চামগুৰিৰ ৰেকপাহাৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ। প্ৰকৃতিপ্ৰেমী দুলু বৰাৰ প্ৰচেষ্টাত উদ্ধাৰ অজগৰ ৷
চামগুৰিত অজগৰ উদ্ধাৰ
- চামগুৰিৰ শালনা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ৰেকাপাহাৰত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ।
- অজগৰ ডাল দেখাৰ পিছতেই খবৰ পাই শালনা আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে সাপডাল ৷
- উদ্ধাৰ কাৰ্যত বন বিভাগৰ লগত সহযোগিতা আগবঢ়াই অঞ্চলটোৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই ৷
- প্ৰায় চৈধ্য ফুট দৈঘ্যৰ আৰু ত্ৰিশ কেজি ওজনৰ অজগৰডাল পিছত বন বিভাগে চোৱাং বনাঞ্চলত মুকলি কৰি দিয়ে ।
Intro:চামুগুৰিৰ ৰেকপাহাৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ। প্ৰকৃতিপ্ৰেমী দুলু বৰাৰ প্ৰচেষ্টাত উদ্ধাৰ অজগৰ। Body:চামগুৰিৰ শালনা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ৰেকাপাহাৰত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ।ৰেকাপাহৰত অজগৰ ডাল দেখাৰ পিছতেই সাপডাল মাৰিবলৈ চেষ্টা কৰিছিল স্থানীয় ৰাইজে।কিন্তু খবৰ পাই শালনা আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হল সেই স্থানত।আৰু প্ৰকৃতি প্ৰেমী যুবক বিনোদ দুলু বৰাৰ তৎপৰতাত উদ্ধাৰ কৰে চৈধ্য ফুট দৈঘ্য আৰু ত্ৰিশ কেজি ওজনৰ অজগৰডাল।তাৰ পিছত বিনোদ দুলু বৰা আৰু বন বিভাগে অজগৰডাল মুকলি কৰি দিয়ে চোৱাং বনাঞ্চলত।উল্লেখ্য যে বিনোদ দুলু বৰাই এতিয়ালৈকে উদ্ধাৰ কৰিছে তিনি হাজাৰতকৈও অধিক বন্যপ্ৰানী। তেওৰ এই কামৰ বাবে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰিছে বিশেষ সামূহিক বটা।
Bite:Dulu borah& forestet
-------------****----------------------******------
ৰকিবুল ওৱাহিদ, নগাওঁ
20-8-19Conclusion:
Bite:Dulu borah& forestet
-------------****----------------------******------
ৰকিবুল ওৱাহিদ, নগাওঁ
20-8-19Conclusion: