ETV Bharat / city

কপিলী নৈত সন্ধানহীন কিশোৰ

কপিলী নৈত এখন নাৱেৰে খেলি থকা অৱস্থাত কামপুৰ ন দেউৰী গাঁৱৰ চাৰিজন কিশোৰৰ এজন সন্ধানহীন হৈ পৰে । ঘটনাস্থলীত কামপুৰ আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে ৷

author img

By

Published : May 28, 2019, 8:39 PM IST

সন্ধানহীন মনদ্বীপ লস্কৰ

বঢ়মপুৰ, ২৮ মে': মঙলবাৰে বিয়লি কামপুৰ ন দেউৰী গাঁৱৰ চাৰিজন কিশোৰে কপিলী নৈত এখন নাও লৈ খেলি থকাৰ অৱস্থাতে এজন কিশোৰ সন্ধানহীন হৈ পৰে । খেলি থকা অৱস্থাতে পানীত পৰি সন্ধানহীন হয় মনদ্বীপ লস্কৰ নামৰ কিশোৰজন ।

কপিলী নৈত সন্ধানহীন কিশোৰ

স্থানীয় লোকে কপিলী নৈত উদ্ধাৰ অভিযান চলাই যদিও কিশোৰ জনক উদ্ধাৰ কৰিব সক্ষম নহয় ৷ পিছত ঘটনাস্থলীত কামপুৰ আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে ৷

Intro: মঙ্গল বাৰে বিয়লি কামপুৰ ন দেউৰী গাঁৱত অঘটন| জানিব পৰা মতে কপিলী নদীত চাৰিজন কিশোৰে খেলি আছিল এখন নাৱত। খেলি থকা অৱস্থাত নাৱৰ পৰা কপিলীৰ পানীত পৰি সন্ধানহীন হয় এজন কিশোৰ ৷ সন্ধানহীন কিশোৰ জন মনদ্বীপ লস্কৰ বুলি জানিব পৰা গৈছে ৷ বৰ্তমানে কপিলীত নৈত পূজা অৰ্চনা কৰি স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত আছে যদিও কিশোৰ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই | পিছত ঘটনাস্থলীত কামপুৰ আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হয় |

Body:Byte = লগৰীয়া

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.