- অৱশেষত উদ্ধাৰ চিকিৎসালয়ৰ পৰা নিৰুদ্দিষ্ট হোৱা শিশু দুটি (Nagaon police recovered Missing child)
- লগতে পৰিচয় উদ্ধাৰ হয় অগ্নিদগ্ধ হৈ নগাঁও চিভিলত মৃত্যু হোৱা মহিলাগৰাকীৰ
- চাহ জনগোষ্ঠীয় মহিলাগৰাকীৰ ঘৰ ঢেকিয়াজুলিত
- ঢেকিয়াজুলিৰ ৰেলআলিৰ কাষত বাস কৰিছিল দুই সন্তানসহ মহিলাগৰাকীয়ে (Nagaon child recovered news)
- উদ্ধাৰ হোৱা ১০বছৰীয়া কন্যা সন্তানটিয়ে এই বিষয়ে সৱিশেষ জনাইছে আৰক্ষীক
- ইফালে বিক্ৰী হোৱা ৩বছৰীয়া সন্তানটিৰো সম্ভেদ পাইছে আৰক্ষীয়ে
- উল্লেখ্য যে, মঙলবাৰে দিনৰ ভাগত পোহৰলৈ আহিছিল এই ভয়ংকৰ ঘটনা
- উত্থাপন হৈছিল চিকিৎসালয়খনত ভৰ্তি হৈ মাতৃৰ সৈতে থকা দুটি শিশুক বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ
- বিগত 4 আগষ্টত গণেশ তাঁতী নামৰ মহিলাগৰাকীক অগ্নিদগ্ধ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত
- মহিলাগৰাকীৰ সৈতে আছিল তেওঁৰ দুই সন্তান
- কিন্তু চিকিৎসালয়খনৰ পৰাই হঠাৎ নিৰুদ্দেশ হৈছিল মাতৃৰ সৈতে থকা সন্তান দুটি (Child missing from Nagaon civil hospital)
উদ্ধাৰ হ’ল নগাঁও চিকিৎসালয়ৰ পৰা বিক্ৰী হোৱা শিশু দুটি - নগাঁও কাণ্ড
অৱশেষত উদ্ধাৰ চিকিৎসালয়ৰ পৰা নিৰুদ্দিষ্ট হোৱা শিশু দুটি (Nagaon child recovered news) ৷ লগতে পৰিচয় উদ্ধাৰ হয় অগ্নিদগ্ধ হৈ নগাঁও চিভিলত মৃত্যু হোৱা মহিলাগৰাকীৰ ৷
উদ্ধাৰ হ’ল নগাঁও চিকিৎসালয়ৰ পৰা বিক্ৰী হোৱা শিশু দুটি
- অৱশেষত উদ্ধাৰ চিকিৎসালয়ৰ পৰা নিৰুদ্দিষ্ট হোৱা শিশু দুটি (Nagaon police recovered Missing child)
- লগতে পৰিচয় উদ্ধাৰ হয় অগ্নিদগ্ধ হৈ নগাঁও চিভিলত মৃত্যু হোৱা মহিলাগৰাকীৰ
- চাহ জনগোষ্ঠীয় মহিলাগৰাকীৰ ঘৰ ঢেকিয়াজুলিত
- ঢেকিয়াজুলিৰ ৰেলআলিৰ কাষত বাস কৰিছিল দুই সন্তানসহ মহিলাগৰাকীয়ে (Nagaon child recovered news)
- উদ্ধাৰ হোৱা ১০বছৰীয়া কন্যা সন্তানটিয়ে এই বিষয়ে সৱিশেষ জনাইছে আৰক্ষীক
- ইফালে বিক্ৰী হোৱা ৩বছৰীয়া সন্তানটিৰো সম্ভেদ পাইছে আৰক্ষীয়ে
- উল্লেখ্য যে, মঙলবাৰে দিনৰ ভাগত পোহৰলৈ আহিছিল এই ভয়ংকৰ ঘটনা
- উত্থাপন হৈছিল চিকিৎসালয়খনত ভৰ্তি হৈ মাতৃৰ সৈতে থকা দুটি শিশুক বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ
- বিগত 4 আগষ্টত গণেশ তাঁতী নামৰ মহিলাগৰাকীক অগ্নিদগ্ধ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত
- মহিলাগৰাকীৰ সৈতে আছিল তেওঁৰ দুই সন্তান
- কিন্তু চিকিৎসালয়খনৰ পৰাই হঠাৎ নিৰুদ্দেশ হৈছিল মাতৃৰ সৈতে থকা সন্তান দুটি (Child missing from Nagaon civil hospital)
Last Updated : Sep 7, 2022, 4:09 PM IST