ETV Bharat / city

চামগুৰিত বিজেপিৰ জনসম্পৰ্ক যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী চুম' ৰংহাঙৰ

author img

By

Published : Jun 16, 2020, 9:12 PM IST

মঙলবাৰে নগাঁও জিলাৰ চামগুৰিত উপস্থিত হয় মন্ত্ৰী চুম ৰংহাং ৷ বিজেপিৰ জনসম্পৰ্ক যাত্ৰাৰ শুভাৰম্ভ কৰে মন্ত্ৰীজনে ৷ অঞ্চলটোৰ কেইবাজনো লোকক সাক্ষাৎ কৰি বিজেপি চৰকাৰ খনৰ কামৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীজনে ৷

Minister Sumo Ranghang Attended At Nagaon Samaguri
চামগুৰিত বিজেপিৰ জনসম্পৰ্ক যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী চুম ৰংহাঙৰ

নগাঁও,16 জুনঃ নগাঁৱৰ চামগুৰিত বিজেপিৰ জনসম্পৰ্ক যাত্ৰাত উপস্থিত থাকে খনিজ আৰু পাহাৰীয়া উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম' ৰংহাং। এই অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰীজনে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ চামগুৰিত বিজেপিৰ জনসম্পৰ্ক যাত্ৰাত উপস্থিত হৈ জনসম্পৰ্ক যাত্ৰাৰ শুভাৰম্ভ কৰে মমন্ত্ৰী চুম' ৰংহাঙে। মন্ত্ৰীজনে জনসম্পৰ্ক যাত্ৰাত উপস্থিত থানি সাংবাদিকৰ আগত সদৰি কৰে যে,২০২১ৰ বিধানসভাত বিজেপিয়ে লাভ কৰিব এশ ৰো অধিক আসন। তাৰোপৰি চামগুৰিৰ ব্ৰক্ষ্মচাৰী সত্ৰৰ উপস্থিত হৈ কেবাটাও পৰিয়ালক সাক্ষাৎ কৰে মন্ত্ৰী ৰংহাঙে। অসমত বিজেপিয়ে উন্নয়নৰ মাপকাঠি ৮০ শতাংশ সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰি এতিয়াও ২০ শতাংশ বাকী বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিয়ে এশ ৰো অধিক আসন পাব বুলি দাবী কৰে মন্ত্ৰী ৰংহাঙে। ৰাজ্যত সংঘটিত হৈ থকা হত্যাকাণ্ডৰ সন্দৰ্ভতো মন্তব্য কৰে খনিজ আৰু পাহাৰীয়া উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙে। তেওঁ কয় যে ভাল মানুহেও তাড়নাত পৰি কেতিয়াবা বেয়া কাম কৰিব পাৰে লগতে অখিল গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভতো গা-এৰা মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক- পশ্চিম গুৱাহাটীত বিজেপিৰ জনসম্পৰ্ক অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.