ETV Bharat / city

ৰহাত 'মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ' সজাগতা সভা - নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়

ৰহাত অনুষ্ঠিত কৰা হয় 'মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ' সজাগতা সভা ৷ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই সজাগতা সভা ৷

ৰহাত 'মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ' সজাগতা সভা
author img

By

Published : Oct 22, 2019, 9:27 PM IST

ৰহা, 22 অক্টোবৰ : ৰহাৰ আমচৈত অনুষ্ঠিত কৰা হৈছে 'মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ' শীৰ্ষক সজাগতা সভা ৷ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই সজাগতা সভা ৷ আমচৈ চাহ বাগানত চিকিৎসক জিয়াছুৰ আহমেদৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় এই সজাগতা সভা ৷

মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ
ৰহাত সজাগতা সভা

এই সভাতে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণীতা মৰাং উপস্থিত থাকি মানসিক ৰোগগ্ৰস্ত আৰু নিৰ্যাতিত লোকসকলৰ চিকিৎসা তথা আশ্ৰয় প্ৰদানৰ বাবে ন্যায় সেৱা প্ৰাধিকাৰীয়ে গ্ৰহণ কৰি অহা বিভিন্ন ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে ৷ এই সভাৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰাও উলিওৱা হয় । শোভাযাত্ৰাত মদ্যপানৰ কুফল,মানসিক ৰোগীৰ প্ৰতি থকা ভুল ধাৰণা আদি ফলক প্ৰদৰ্শন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ।

Intro:ৰহাৰ আমচৈত মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ শীৰ্ষক সজাগতা সভা ।Body:ৰহাৰ আমচৈত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত আজি মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। আমচৈ চাহ বাগানত চিকিৎসক জিয়াছুৰ আহমেদৰ সঞ্চালনাত অনুষ্ঠিত সজাগতা সভাখনত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণীতা মৰাং উপস্থিত থাকি মানসিক ৰোগগ্ৰস্ত আৰু নিৰ্যাতিত লোকসকলৰ চিকিৎসা তথা আশ্ৰয় প্ৰদানৰ বাবে ন্যায় সেৱা প্ৰাধিকাৰীয়ে গ্ৰহণ কৰি অহা বিভিন্ন ব্যৱস্থাসদমূহৰ ওপৰত আলোকপাত কৰে ৷ সভাৰ অন্তত এক শোভাযাত্ৰাও উলিওৱা হয়। মদ্যপানৰ কুফল, মানসিক ৰোগীৰ প্ৰতি থকা ভুল ধাৰণা আদি ফ্লেক্স প্ৰদৰ্শন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.