ETV Bharat / city

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কলিয়াবৰ

যাৱতীয় সা-সামগ্ৰী লৈ কলিয়াবৰ বিধানসভা সমষ্টিটোৰ 191 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনৰ দায়িত্বত থকা বিষয়-কৰ্মচাৰীৰ দল

নিৰ্বাচনৰ বাবে সাজু কলিয়াবৰ
author img

By

Published : Apr 10, 2019, 5:45 PM IST

কলিয়াবৰ,10এপ্ৰিলঃ বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভা সমষ্টিৰ 191 টা ভোটগ্ৰহণ কেন্দ্ৰত সূচাৰুৰূপে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ কেন্দ্ৰসমূহলৈ যাৱতীয় সা-সামগ্ৰী লৈ ৰাওনা হৈছে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ দলৰ লগতে আৰক্ষীৰ লোক ৷ বিধানসভা সমষ্টিটোৰ 191 টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিব 1 লাখ 37হাজাৰ, 966 গৰাকী ভোটাৰে ৷

নিৰ্বাচনৰ বাবে সাজু কলিয়াবৰ

ইয়াৰে 6 হাজাৰ 946 গৰাকী ভোটাৰে প্ৰথমবাৰৰ বাবে সাব্যস্ত কৰিব ভোটাধিকাৰ। ইপিনে কলিয়াবৰৰ ভোটগ্ৰহণ সূচাৰুৰূপে সমাপন কৰিবলৈ কেন্দ্ৰসমূহত মুঠ 2200 গৰাকী বিষয়া-কৰ্মচাৰী নিয়োজিত কৰা হৈছে ।

Intro:বৃহস্পতিবাৰৰ ভোটগ্ৰণৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন
কলিয়াবৰত ১৯১ ভোটগ্ৰহণ কেন্দ্ৰ বাবে যাবতীয় সা-সামগ্ৰীৰে সজ্জিত বিষয়-কৰ্মচাৰী হ'ল ৰাওনাBody:বৃহস্পতিবাৰে প্ৰথম পৰ্য্যায়ত হ'ব লগা ভোটগ্ৰহণৰ বাবে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভাত সুচাৰুৰূপে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে প্ৰস্ততি সম্পূৰ্ণ কৰি ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবৰ বাবে সাজু হৈছে দায়িত্ববাহী বিষয়া-কৰ্মচাৰী। বিধানসভা সমষ্টিটোত ১৯১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ১ লাখ ৩৭ হাজাৰ, ৯৬৬ জন ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। ইয়াৰে ৬ হাজাৰ ৯৪৬ জনে প্ৰথমবাৰৰ বাবে কৰিব ভোটদান। ১৪৫ খন বাহনৰ জৰিয়তে ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং, পুলিং, আৰক্ষীসকল নিজ-নিজ ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ‍্যে উপস্থিত হৈছেগৈ। কলিয়াবৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত মুঠ ২২০০ বিষয়া-কৰ্মচাৰী নিয়োজিত হৈছে। সজাগতাৰ বাবে অধীকৃত যান-বাহনৰ চালক-পৰিচালকক যোগান ধৰা হৈছে এটাকৈ টি-চাৰ্টো।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.