ETV Bharat / city

লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়া আটক - লাওখোৱা অভয়াৰণ্যৰ মোৱামৰী বিল

লাওখোৱা অভয়াৰণ্যৰ বিলত মাছ মাৰি থকা অৱস্থাত তিনি চোৰাং মাছমৰীয়াক আটক বন বিভাগৰ ৷

তিনি চোৰাং মাছমৰীয়াক আটক বন বিভাগৰ
লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়া আটক
author img

By

Published : Sep 18, 2020, 4:46 PM IST

ৰূপহীহাট, 18 ছেপ্তেম্বৰ : শুকুৰবাৰে পুৱাৰ ভাগত লাওখোৱা অভয়াৰণ্যৰ মোৱামৰী বিলত তিনি চোৰাং মাছমৰীয়াক আটক কৰে বন বিভাগে ৷ সুতিৰপাৰ বন বিভাগৰ এটি দলে পুৱাৰ ভাগত বিলত মাছ মাৰি থকা তিনি লোকক প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাচতে বনকৰ্মীৰ দলে তিনি মাছমৰীয়াসহ মাছ ধৰা জাল জব্দ কৰে ৷

লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়া আটক

আটকাধীন মাছমৰীয়া কেইজন মহিদুল ইছলাম,নুৰ ইছলাম আৰু ওজাৰাম চৌহান বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক : ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.