ETV Bharat / city

ৰেলৰ খুন্দাত প্ৰাণ গ'ল এজনৰ - lanka rail station

ৰেলৰ খুন্দাত নিহত এজন এজন ব্যক্তি ৷ হোজাই জিলাৰ লংকা-ধলপুখুৰী ৰেল ষ্টেচনৰ মাজত সংঘটিত হয় এই অঘটন

ৰেলৰ খুন্দাত প্ৰাণ গ'ল এজনৰ
author img

By

Published : Jul 24, 2019, 1:01 PM IST

হোজাই, 24 জুলাইঃ হোজাই জিলাৰ লংকা- ধলপুখুৰী ৰেল ষ্টেচনৰ মাজত অঘটন | ৰেলৰ খুন্দাত নিহত এজন ব্যক্তি | মৃত ব্যক্তি জনৰ নাম প্ৰেম কুমাৰ সিংহা আৰু তেওঁৰ ঘৰ বালুভণ্ডৰত বুলি জানিব পৰা গৈছে ৷ কৰ্মসূত্ৰে ব্যক্তিজন বোকাজানত গাডী চালকৰূপে কৰ্মৰত আছিল ৷ ৰেল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰেলৰ চেপাত ক্ষত-বিক্ষত হৈ ৰেল আলিত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰিছে ৷

Intro:ৰেলৰ খুন্দাত নিহত এজন বিবাহিত ব্যক্তি | Body:হোজাই জিলাৰ লংকা- ধলপুখুৰী ৰেল ষ্টেচনৰ মাজত অঘটন | ৰেলৰ খুন্দাত নিহত এজন বিবাহিত ব্যক্তি | মৃত ব্যক্তি জনৰ নাম প্ৰেম কুমাৰ সিংহা | ঘৰ বালুভণ্ডৰত | উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাই জিলাৰ লংকাৰ বালুভন্দৰৰ নিৰ্বাসী প্ৰেম কুমাৰ সিংহা নামৰ বিবাহিত ব্যক্তি জনে নিজ কৰ্মসূত্ৰে বোকাজানত গাডী চালক ৰূপে কৰ্মৰত আছিল | কিছু দিনৰ পূৰ্বে প্ৰেম কুমাৰ সিংহাই বিবাহিত এগৰাকী মহিলাক প্ৰেমৰ জালত ফচাই মহিলাগৰাকীৰ সন্তান সহ লংকা নিজ গৃহলৈ পলুৱাই লৈ আহে | পিছত লংকা গৃহত প্ৰথমা পত্নী, পৰিয়াল আৰু সমাজৰ লোকে ঘৰত সোমাবলৈ নিদিয়াৰ লগতে প্ৰথমা পত্নীয়ে সোমবাৰে নিশা লংকা থানাত নিজ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে | পিছত প্ৰেম কুমাৰ সিংহাই নিশা ৰেল লাইনত জাপ দি মৃত্যুক সাৱটি লয় | বৰ্তমান ৰেল আৰক্ষী লোক ঘটনাস্হলীত উপস্হিত হৈ চিহ্ন বিচিন্ন হৈ ৰেল আলিত পৰি থকা মৃত দেহটো উদ্ধাৰ কৰি মৰোনত্বৰ পৰিক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে |

BYTE: ৰেল আৰক্ষী/স্হানীয় ব্যক্তি

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.