ETV Bharat / city

অভি - নীল হত্যাকাণ্ডঃ আদালতত হাজিৰ অভিযুক্ত - ডকমকা কাণ্ড

দেশ কঁপাই যোৱা অভি - নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানিৰ বাবে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰা হৈছে ৪৭ জনকৈ অভিযুক্তক ।

দেশ কঁপাই যোৱা অভি - নীল হত্যাকাণ্ডৰ শুনানি
author img

By

Published : Jun 12, 2019, 12:40 PM IST

নগাঁও, ১২ জুন : বুধবাৰে অভি - নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণৰ বাবে আদালতত হাজিৰ কৰা হৈছে ৪৭ জন অভিযুক্তক । নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত ইতিমধ্যে হাজিৰ কৰা হৈছে অভিযুক্ত কেইজনক । গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়া অনুসৰি ভাষ্য সলনি কৰা এগৰাকী সাক্ষীৰ বুধবাৰে পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে ।

দেশ কঁপাই যোৱা অভি - নীল হত্যাকাণ্ডৰ শুনানি

দেশ কঁপাই যোৱা অভি - নীল হত্যাকাণ্ডৰ এটা বছৰ পাৰ হোৱাৰ পাছতো শাস্তি নাপালে ৪৭ জনকৈ অভিযুক্তই । বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ ফলত আজিপৰ্যন্ত দোষীয়ে শাস্তি নোপোৱাৰ অভিযোগ উত্থাপন কৰে অভিজিতৰ পিতৃয়ে । ইতিমধ্যে আদালতত ২২ জনকৈ অভিযুক্ত চিনাক্ত হোৱা বুলিও উল্লেখ কৰে অভি - নীলৰ পৰিয়ালৰ লোকে । ইয়াৰোপৰি, দোষীক ৰাজহুৱা স্থানত ফাঁচীৰ দাবী উত্থাপন কৰে নিলোৎপলৰ পিতৃয়ে ।

উল্লেখ্য যে, কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰিত এদল উন্মাদ লোকে অভিজিত নাথ আৰু নীলোৎপল দাসক বিগত বৰ্ষৰ 8জুন তাৰিখে নৃশংসভাৱে হত্যা কৰিছিল ।

Intro:আদালতত হাজিৰ নীল অভি হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক। অভিযুক্তক ৰাজহুৱা স্থানত ফাঁচীৰ দাবী নিলোৎপলৰ পিতৃৰ। দৃষ্টান্তমূলক শাস্তিৰ দাবী অভিজিতৰ পিতৃৰো। বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰো অভিযোগ অভিজিতৰ পিতৃৰ। ভাষ্য সলনি কৰা সাক্ষীৰ পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা।

Body:নগাওঁ জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত ইতিমধ্যে হাজিৰ কৰা হৈছে নিলোৎপল অভিজিৎ হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক। ভাষ্য সলনি কৰা এগৰাকী সাক্ষীৰ আজি পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে দিছিল পুনৰ সাক্ষ্য গ্ৰহণৰ নিৰ্দেশ। গোচৰৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ বাবেই এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো ন্যায় নোপোৱাৰ অভিযোগ অভিজিতৰ পিতৃৰ।ভি অভিজিতৰ পিতৃয়ে। ইতিমধ্যে আদালতত ২২ টাকৈ অভিযুক্ত চিনাক্ত হোৱা বুলিও উল্লেখ পৰিয়ালৰ। দোষীক ৰাজহুৱা স্থানত ফাঁচীৰ দাবী উত্থাপন কৰিছে নিলোৎপলৰ পিতৃয়ে।
bite. নিলোৎপল, অভিজিতৰ পিতৃ
--------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.