ETV Bharat / city

নগাঁৱৰ নেহেৰুবালিত দেৱী বিসৰ্জন - নেহেৰুবালি

নগাঁৱৰ নেহেৰুবালিৰ বিসৰ্জন ঘাটত দেৱী বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হয় ৷ কোভিড প্ৰট'কল মানি দেৱী দূৰ্গাক বিসৰ্জন দিয়ে ভক্তসকলে ৷

Durga Debi Bixorjon At Nagaon
নগাঁৱৰ নেহেৰুবালিত দেৱী বিসৰ্জন
author img

By

Published : Oct 26, 2020, 2:22 PM IST

নগাঁও, 26 অক্টোবৰঃ নগাঁৱৰ নেহেৰুবালি বিসৰ্জন ঘাটত আৰম্ভ হৈছে প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচী। কিন্তু নেহেৰুবালিৰ বিসৰ্জন ঘাটত পূৰ্বৰ দৰে নাই উৎসৱ মুখৰ পৰিৱেশ। কোভিড প্ৰট'কলৰ সকলো নীতি নিয়ম মাজেৰেই ইতিমধ্যে দেৱী দূৰ্গাক বিসৰ্জন দিছে। বিসৰ্জন স্থলীত মাত্ৰ চাৰি পাঁচজন লোককহে উপস্থিত হৈ দেৱী দূৰ্গাক বিদায় দিয়াৰ অনুমতি প্ৰদান কৰে নগাঁৱৰ জিলা প্ৰশাসনে।

নগাঁৱৰ নেহেৰুবালিত দেৱী বিসৰ্জন

লগতে পঢ়ক- তেজপুৰ জাহাজঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.