ETV Bharat / city

দেৱশিশুক খিচিৰি খোৱাই দৃষ্টি আকৰ্ষণৰ চেষ্টা লোকসভা প্ৰাৰ্থীৰ - ETV BHARAT

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ সংসদীয় সমষ্টি লাহৰিঘাটত দেৱশিশুক খিচিৰি খোৱাই ভোট সংগ্ৰহৰ চেষ্টা উত্তৰ-পূৱ জনতা (চেকুলাৰ)পাৰ্টিৰ লোকসভা প্ৰাৰ্থী আজগৰ আলীৰ ।

ETV BHARAT
author img

By

Published : Apr 13, 2019, 2:42 PM IST

নগাঁও, ১৩ এপ্ৰিলঃ কঁকালত টঙালি মাৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰত নামিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল তথা নেতাসকল । শনিবাৰে নগাঁৱৰ সংসদীয় সমষ্টি লাহৰীঘাটতো দেখা গ'ল উত্তৰ পূৰ্বাঞ্চল জনতা(চেকুলাৰ) পাৰ্টিৰ লোক‌সভাৰ প্ৰাৰ্থী আজগৰ আলীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ।

দেৱশিশুক খিচিৰি খোৱাই দৃষ্টি আকৰ্ষণৰ চেষ্টা লোকসভা প্ৰাৰ্থীৰ

কণ কণ শিশুক নিজ হাতেৰে খিচিৰি খোৱাই নিৰ্বাচনী প্ৰচাৰ কৰিলে লোকসভাৰ প্ৰাৰ্থী গৰাকীয়ে । কংগ্ৰেছ, বিজেপি বাকযুদ্ধৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী আজগৰ আলীয়ে গেলা-পচা ৰাজনীতি পৰিহাৰ কৰি সুস্থ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব লাগে বুলিও প্ৰকাশ কৰে । লগতে আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ পৰা বিপুল ভোটত জয়ী হ'ব বুলিও দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।

Intro:নগাও সংসদীয় সমষ্ঠিত ব্যতিক্রমী নিৰ্বাচনী প্ৰচাৰ লাহৰীঘাটতBody:নগাঁও সংসদীয় সমষ্টিৰ লাহৰীঘাটত এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে

নগাঁও সংসদীয় সমষ্টিৰ লাহৰীঘাটত এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। উত্তৰ পূৰ্বাঞ্চল জনতা(চেকুলাৰ) পাৰ্টিৰ লোক‌সভাৰ প্ৰাৰ্থী আজগৰ আলীয়ে আজি লাহৰীঘাটত কণ কণ ল'ৰা ছোৱালীক নিজ হাতেৰে খিচিৰি খোৱাই নিৰ্বাচনী প্ৰচাৰৰ লগতে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰাৰ্থীজনে নিজ হাতেৰে খিচিৰি খোৱাই ভোটৰৰ মন আকৰ্ষণ কৰিবলৈ লোৱা প্ৰচেষ্টা কিমান দূৰ সফল হয় সেয়া ক' ব পৰা যাব। কংগ্ৰেছ, বিজেপি বাকযুদ্ধ চলোৱাৰ সময়তে প্ৰাৰ্থী আজগৰ আলীয়ে অসমৰ পৰা গেলা-পছা ৰাজনীতি পৰিসাৰ কৰি নতুন ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব লাগে বুলি আহ্বান জনোৱাৰ লগতে তেওঁ বিপুল ভোটত জয়ী হ' ব বুলি আশাবাদী।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.