ETV Bharat / city

কামৰ সন্ধানত মুম্বাইলৈ যোৱা অসমৰ যুৱক সন্ধানহীন

author img

By

Published : Feb 14, 2020, 9:16 PM IST

কামৰ সন্ধানত মুম্বাইলৈ ৰাওনা হোৱা অসমীয়া যুৱক সন্ধানহীন ৷ আমানুল ইছলাম নামৰ যুৱকজন ৰেল ষ্টেছনৰ পৰা নিৰুদ্দেশ হৈছে ৷

মুম্বাইলৈ ৰাওনা হৈছিল যুৱকজন
সন্ধানহীন অসমৰ যুৱক

নগাঁও,14 ফেব্ৰুৱাৰী : পেটৰ তাড়নাত কাম বিচাৰি মায়ানগৰী মুম্বাইলৈ যোৱা অসমৰ এজন যুৱক সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ নগাঁৱৰ চলচলি কাতিমাৰী গ্ৰাণ্ডৰ আমানুল ইছলাম নামৰ যুৱকজন 2 ফেব্ৰুৱাৰীত মুম্বাইত উপস্থিত হৈছিল ৷

মুম্বাইলৈ গৈ সন্ধানহীন অসমীয়া যুৱক

জুৰীয়া মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ আমানুলে মুম্বাইত উপস্থিত হৈছিল যদিও কামৰ সন্ধান নোপোৱাত বন্ধুৰ সৈতে ঘৰলৈ উভতাৰ পথত কাৰমালি ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ৷ এই পৰ্যন্ত যুৱকজনৰ কোনো শুংসূত্ৰ নাপাই পৰিয়ালৰ লোকে নগাঁৱৰ হয়বৰগাওঁ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

আৰু পঢ়ক : অসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ : ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.