- একেদিনাই কলিয়াবৰত দুটাকৈ অঘটন (Accident at Kaliabor)
- এটা গৰুক বচাবলৈ গৈ আহত এজন যুৱক
- গুৰুতৰভাৱে আহত যুৱকজনক জখলাবন্ধা চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ
- ইফালে, কলিয়াবৰত আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা এখন ট্ৰাক
- মদৰ নিচাত মাতাল হৈ নতুনকৈ নিৰ্মাণ হৈ থকা অভাৰ ব্ৰিজত চালকে উঠালে ট্ৰাক
- গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল ট্ৰাকখন
- পৰৱৰ্তী সময়ত কলিয়াবৰ আৰক্ষী উপস্থিত নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
BREAKING NEWS: কলিয়াবৰত পৃথকে পৃথকে দুটাকৈ অঘটন - কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা
একেদিনাই কলিয়াবৰত দুটাকৈ অঘটন (Accident at Kaliabor) ৷ গৰুটো বচাবলৈ গৈ আহত এজন যুৱক ৷ ইফালে কলিয়াবৰত আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা এখন ট্ৰাক ৷
![BREAKING NEWS: কলিয়াবৰত পৃথকে পৃথকে দুটাকৈ অঘটন accident-at-kaliabor-in-nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16286453-thumbnail-3x2-hgfg.jpg?imwidth=3840)
কলিয়াবৰত দুটাকৈ অঘটন