ETV Bharat / city

নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক তুলাধুনা আব্দুল আজিজৰ

author img

By

Published : Apr 8, 2019, 11:54 AM IST

নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ সমালোচনা মুখৰ হৈ পৰে কলিয়াবৰ লোকসভা সমষ্টিৰ এন পি পি প্ৰাৰ্থী আব্দুল আজিজ ৷ কংগ্ৰেছক মুছলমানৰ শত্ৰু বুলি উল্লেখ কৰি আজিজে কয় যে, কংগ্ৰেছৰ দিনতেই অসমত মুছলমানৰ নিধন যজ্ঞ চলিছিল

ABDUL AJIJ

নগাঁও, 8 এপ্ৰিলঃ ই টি ভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰিলে এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰা কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলৰ পৰা কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰিছে আজিজে ৷ বৰ্তমান নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে যে, নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ প্ৰথম পদক্ষেপ কংগ্ৰেছেহে লৈছিল, তাৰ পাছতহে বিজেপিৰ নাম আহে ৷

ABDUL AJIJ

কংগ্ৰেছক মুছলমানৰ শত্ৰু বুলি উল্লেখ কৰি আজিজে কয় যে, কংগ্ৰেছৰ দিনতেই অসমত মুছলমানৰ নিধনযজ্ঞ চলিছিল ৷ অসমত সংখ্যালঘু লোকসকল এন আৰ চিৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ মূল কাৰণো কংগ্ৰেছ বুলিয়ে জোৰদাৰ মন্তব্য কৰে এন পি পি প্ৰাৰ্থী গৰাকীয়ে ৷ কলিয়াবৰত এতিয়া পৰাজয়ৰ আশংকাত এন পি পিৰ প্ৰাৰ্থীক কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷

Intro:কংগ্ৰেছ চৰকাৰৰ দিনতেই অসমত চলিছিল মুছলমান নিধনযজ্ঞ। কংগ্ৰেছৰ বাবেই এন আৰ চিত হাৰাশাস্তিৰ সন্মুখীন হৈছে সংখ্যালঘুসকল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত প্ৰথম পদক্ষেপ লৈছিল কংগ্ৰেছে। ই টি ভি ভাৰতৰ এক সক্ষাৎকাৰত বিস্ফোৰক মন্তব্য এন পি পি ৰ প্ৰাৰ্থী আব্দুল আজিজৰ।

Body:ই টি ভি ভাৰতৰ এক সক্ষাৎকাৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰিলে কলিয়াবৰ লোকসভা সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী আব্দুল আজিজৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰা কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা আব্দুল আজিজৰ মন্তব্য। নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ প্ৰথম পদক্ষেপ লৈছিল কংগ্ৰেছে। পৰৱৰ্তী সময়ত উত্থাপন কৰিছিল বিজেপিয়ে। কংগ্রেছক মুছলমানৰ শত্ৰু বুলি উল্লেখ কৰি আব্দুল আজিজৰ বিস্ফোৰক মন্তব্য। কংগ্ৰেছৰ দিনতেই মুছলমানৰ নিধনযজ্ঞ চলিছিল অসমত। আনকি এন আৰ চিত সম্প্ৰতি সংখ্যালঘু লোক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ মূল কাৰণ কংগ্ৰেছ। কলিয়াবৰত এতিয়া পৰাজয়ৰ আশংকাত এন পি পিৰ প্ৰাৰ্থীক কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও অভিযোগ উত্থাপন কৰিছে আব্দুল আজিজে। ই টি ভি ভাৰতৰ সক্ষাৎকাৰত আৰু কি কি মন্তব্য কৰিলে আব্দুল আজিজে ।
bite,
---------------------–--------------------------------------
ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৮-৪-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.