ETV Bharat / city

চামগুৰিত জব্দ অবৈধ সাঁচিকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান

চামগুৰি আৰক্ষীৰ সহযোগত কলিয়াবৰ আৰক্ষীয়ে চামগুৰি থানা এলেকাৰ জব্দ কৰে অবৈধ সাঁচিকাঠ ভৰ্তি এখন বলেৰ' পিক-আপ ভান ৷ জব্দকৃত অগৰ কাঠখিনিৰ মূল্য পাঁচ লক্ষাধিক টকা

চামগুৰিত জব্দ অবৈধ সাঁচিকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান
author img

By

Published : Apr 24, 2019, 2:34 PM IST

কলিয়াবৰ, 24 এপ্ৰিলঃ চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্যত অব্যাহত অগৰ কাঠৰ চোৰাং বেহা । কলিয়াবৰত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা অগৰভৰ্তি এখন বাহন। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চামগুৰি থানা এলেকাত জব্দ হয় অবৈধ সাঁচিকাঠ ভৰ্তি এখন বলেৰ' পিকআপ ভান। আৰক্ষীয়ে আটক কৰে অবৈধ কাঠভৰ্তি গাড়ীখনৰ চালক পাপু গগৈক ৷ গোলাঘাটৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁৱৰ দিশে যোৱাৰ পথতে গাড়ীখনে কলিয়াবৰ আৰক্ষীৰ নাকা ভেদি পলায়নৰ চেষ্টা চলাইছিল যদিও চামগুৰি আৰক্ষীৰ সহযোগত কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰে এই বাহনখন। জব্দকৃত অগৰ কাঠখিনি মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা ৷

চামগুৰিত জব্দ অবৈধ সাঁচিকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান

ইতিমধ‍্যে ৪৩/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে কলিয়াবৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে,মঙলবাৰে নথি- পত্ৰ অবিহনে সাঁচি কাঠখিনি গোলাঘাটৰ নাহৰণি অঞ্চলৰ পৰা হোজাইলৈ সৰবৰাহ কৰোতেই আৰক্ষীৰ জালত পৰে ভানখন ।

Intro:ৰাজ্যত অব্যাহত অবৈধ সাঁচি কাঠৰ চোৰাং বেহা। কলিয়াবৰ আৰক্ষীয়ে চামগুৰি আৰক্ষীৰ সহযোগত চালকসহ জব্দ কৰে অবৈধ সাচিঁকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান।
চৰকাৰী নীতি-নিৰ্দেশনাক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্যত অব্যাহত আগৰ কাঠৰ চোৰাং বেহা। কলিয়াবৰত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা আগৰভৰ্তি বাহন। Body:কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ তৎপৰতাত চামগুৰি থানা এলেকাত জব্দ হয় অবৈধ সাচিঁকাঠ ভৰ্তি এখন বলেৰ' পিকআপ ভান। আৰক্ষীয়ে আটক কৰে অবৈধ কাঠভৰ্তি গাড়ীখনৰ চালক পাপু গগৈকো।
গোলাঘাটৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নগাঁৱৰ দিশে যোৱাৰ পথত কলিয়াবৰ আৰক্ষীৰ নাকা ভেদি পলায়নৰ চেষ্টা চলাইছিল যদিও চামগুৰি আৰক্ষীৰ সহযোগত কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰে আগৰভৰ্তি বাহনখন। জব্দকৃত আগৰ কাঠখিনি মূল্য পাঁচ লক্ষাধিক টকা।
ইতিমধ‍্যে ৪৩/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে কলিয়াবৰ আৰক্ষীয়ে । উল্লেখযোগ্য যে ,মংগলবাৰে সাচিঁ কাঠখিনি গোলাঘাটৰ নাহৰণি অঞ্চলৰ পৰা হোজাইলৈ বুলি নথি- পত্ৰ অবিহনে সাতত্ৰিশ নম্বৰ ঘাই পথেৰে সৰবৰাহ কৰোতেই পৰে আৰক্ষীৰ জালত।Conclusion:visuals/bite - SDPO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.