ETV Bharat / city

কলিয়াবৰত পঞ্চমজন ক’ভিড ৰোগীৰ মৃত্যু

author img

By

Published : May 22, 2021, 10:35 PM IST

শনিবাৰে কলিয়াবৰত এজন কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু ৷ মৃত্যু হোৱা ব্যক্তিজন কলিয়াবৰৰ জাৱনি গাঁৱৰ দেৱ বাহাদুৰ ছেত্ৰী(48) ৷ শনিবাৰে নতুনকৈ 27 গৰাকীকৈ ব্যক্তি আক্ৰান্ত ৷

কলিয়াবৰত পঞ্চমজন ক’ভিড ৰোগীৰ মৃত্যু
কলিয়াবৰত পঞ্চমজন ক’ভিড ৰোগীৰ মৃত্যু

কলিয়াবৰ, 22 মে' : কৰ’ণাত আক্ৰান্ত হৈ কলিয়াবৰত এজন ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াকে লৈ বৰ্তমানলৈকে কলিয়াবৰত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 5 জনলৈ বৃদ্ধি পালে ৷

মৃত্যু হোৱা ব্যক্তিজন কলিয়াবৰৰ জাৱনি গাঁৱৰ দেৱ বাহাদুৰ ছেত্ৰী(48) বুলি জানিব পৰা গৈছে ৷ কলিয়াবৰত যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে 27 গৰাকী ৷

এতিয়ালৈকে কলিয়াহৰত মুঠ আক্ৰান্তৰ সংখ্যা 863 গৰাকী ইয়াৰে 438 গৰাকী সুস্থ হৈ উঠাৰ বিপৰীয়ে সক্ৰিয় ৰোগীৰ সংখ্যা 425 গৰাকী ৷ ইয়াৰে চিকিৎসালত চিকিৎসাধীন হৈ আছে 101 গৰাকীকৈ কৰ’ণাত আক্ৰান্ত ৰোগী ৷

লগতে পঢ়ক :বাক্সাত উচ্চ শক্তি সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰত লাগি যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.