যোৰহাট, 29 আগষ্ট: যোৰহাট ৰৰৈয়া আৰক্ষীৰ বৃহৎ সাফল্য । চৰাইবাহী তিনিআলিৰ এটা বাসগৃহত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত মইনা আলিৰ নামৰ ব্যক্তিজনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে 1 কেজি পৰিমাণৰ গাঞ্জা সহ সন্দেহযুক্ত হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জালালউদ্দিন আলি ওৰফে ভাইটি নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
লগতে চাওক-পদপথৰ মানসিক ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা দুলীয়াজানৰ যুৱকৰ