ETV Bharat / city

নৃশংস ! দাৰে ঘপিয়াই হত্যা এটা পৰিয়ালক - One family death

মৰিয়নী নকছাৰি খাটিচোনাত দাৰে ঘপিয়াই হত্যা এটা পৰিয়ালক (One family death) ৷ অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছে মাতৃ, কন্যা আৰু পিতৃৰ মৃতদেহ

murder-case-at-mariani
দাৰে ঘপিয়াই হত্যা এটা পৰিয়ালক
author img

By

Published : Jun 25, 2022, 11:19 AM IST

Updated : Jun 25, 2022, 11:56 AM IST

যোৰহাট, 25 জুন : মৰিয়নী নকছাৰি খাটিচোনাত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case at Mariani) ৷ দাৰে ঘপিয়াই হত্যা কৰা হৈছে এটা পৰিয়ালক (One family death) ৷

murder-case-at-mariani

শুকুৰবাৰে নিশা মৰিয়নীৰ খাটিচোনাত এটা পৰিয়ালক কোনো অচিনাক্ত দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰে ৷ অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছে মাতৃ, কন্যা আৰু পিতৃৰ মৃতদেহ ৷ জীৱন লাহন নামৰ লোকজনৰ ইটা ভাটাত ভাটা ৰখীয়া ৰূপে আছিল সোনটি বৰা নামৰ লোকজনৰ পৰিয়ালটো ৷ মৃত মহিলাগৰাকী সোনটি বৰা পত্নী টুলু বৰা আৰু কন্যা মনালিছা বৰা বুলি চিনাক্ত কৰা হৈছে ৷

ঘটনাস্থলীত দেবেৰাপাৰ আৰক্ষী উপস্থিত হৈ ইতিমধ্য়ে সোনটি বৰা, তেওঁৰ পত্নী আৰু কন্যাৰ মৃতদেহ তিনিটা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এতিয়ালৈকে হত্যাৰ সবিশেষ কাৰণ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: শিহৰণকাৰী ! হাতত প্ৰকাণ্ড অজগৰ

Last Updated : Jun 25, 2022, 11:56 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.