ETV Bharat / city

মহানগৰীৰৰ চান্দমাৰীৰ অমিয়নগৰত ভূমিস্খলন

যোৱা কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হৈছে । বুধবাৰে ৰাতিপুৱা গড়চুকৰ পিচত চান্দমাৰীৰ অমিয়নগৰটো ভূমিস্খলনৰ ফলত বাট পথৰ ক্ষতিসাধন হৈছে ।

মহানগৰীৰৰ চান্দমাৰীৰ অমিয়নগৰত ভূমিস্খলন
author img

By

Published : Jul 11, 2019, 3:46 AM IST

গুৱাহাটী 11 জুলাইঃ যোৱা কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হৈছে । বুধবাৰে ৰাতিপুৱা গড়চুকৰ পিচত চান্দমাৰীৰ অমিয়নগৰটো ভূমিস্খলনৰ ফলত বাট পথৰ ক্ষতিসাধন হৈছে । হলি চাইল্ড স্কুলৰ সমীপত হোৱা ভূমিস্খলন ফলত অঞ্চলটোৰ মুখ্য ঘাইপথটো ক্ষতি সাধন হৈছে ৷ এই ভূমিস্খলনে স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে । স্থানীয় ৰাইজে আশংকা কৰিছে যে এইদৰে যদি ভূমিস্খলন হৈ থাকে তেনেহলে পথটোৰ সমীপত থকা ঘৰ সমূ্হৰ লগতে মানুহৰ জীৱনো ক্ষতিসাধন হ’ব পাৰে ।

Intro: চান্দমাৰীৰ অমিয়নগৰটো ভূমিস্খলনৰ ফলত পথৰ ক্ষতিসাধন।Body:কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হৈছে। বুধবাৰে ৰাতিপুৱা গড়চুকৰ পিছত চান্দমাৰীৰ অমিয়নগৰটো ভূমিস্খলনৰ ফলত বাট পথৰ ক্ষতিসাধন হৈছে। হলি চাইল্ড স্কুলৰ সমীপত হোৱা ভূমিস্খলন ফলত অঞ্চলটোৰ মুখ্য ঘাইপথ ভালেসংখ্যক ক্ষতিসাধন হৈছে। এই ভূমিস্খলনে স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে। অঞ্চলটোৰ ৰাইজে আশংকা কৰিছে যে এই দৰেই যদি ভূমিস্খলন হৈ থাকে তেনেহলে পথটোৰ সমীপত থকা ঘৰ সমূ্হৰ লগতে মানুহৰ জীৱনো ক্ষতিসাধন হব পাৰে ।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.