ETV Bharat / city

যোৰহাটত আটছাৰ সংবাদমেল - WIN

সুৰা ট্ৰেজেডিৰ গাফিলতিৰ বিৰুদ্ধে সৰৱ সংগঠনটো

যোৰহাটত আটছাৰ সংবাদমেল
author img

By

Published : Feb 28, 2019, 10:28 PM IST

যোৰহাট,২৮ফেব্ৰুৱাৰী: আৰক্ষীৰ বিৰুদ্ধে সৰৱ অসম চাহ জনজাতি ছাত্র সন্হা আৰু চাহ মজদুৰ সংঘ । বৃহস্পতিবাৰে সংবাদমেল যুগে বিষাক্ত চুলাই সন্দৰ্ভত তদন্তৰ নামত আৰক্ষীৰনাটকৰ অভিযোগ সংগঠন দুটাৰ।

যোৰহাটত আটছাৰ সংবাদমেল

আটছাৰ বিষয়ববীয়াই বৃহস্পতিবাৰে সংবাদমেলত শেহতীয়াকৈ যোৰহাটত চুলাই মদৰ বিষক্ৰিয়াত ৬১ জন লোকৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত গাফিলতিৰ অভিযোগ কৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে। আৰক্ষী অধীক্ষক গৰাকীয়ে তদন্তত চাহ শ্ৰমিকৰ মৃত্যুৰ ঘটনাটো সামান্য এক বিষক্ৰিয়া জনিত ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে অসম চাহ জনজাতি ছাত্র সন্হা আৰু অসম চাহ মজদুৰ সংঘই। ইপিনে জিলাখনত ৬১ জনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ পাচতো এজনো আৱকাৰী বিষয়াক তদন্তৰ আওতালৈ ননা আৰু এজনো লালী গোৰৰ ব্যৱসায়ীক আটক নকৰাৰ প্ৰসংগত ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।

উল্লেখ্য যে বিষাক্ত সুৰাৰ বিষক্ৰিয়াত যোৰহাট আৰু গোলাঘাট জিলাত ডেৰ শতাধিক লোকে মৃত্যুমুখত পৰিছিল ।

আৰক্ষীৰ বিৰুদ্ধে সৰৱ অসম চাহ জনজাতি ছাত্র সন্হা,চাহ মজদুৰ সংঘ।।বিষাক্ত চুলাই তদন্তৰ নামত আৰক্ষীৰ  নাটকৰ অভিযোগ।।

যোৰহাট জিলাৰ চুলাই মদৰ বিষক্ৰিয়াত ৬১ জন মানুহৰ মৃত্যুৰ ঘটনাৰ তদন্তত গাফিলতি কৰিছে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে।আৰক্ষী অধীক্ষক গৰাকীয়ে তদন্তত চাহ শ্ৰমিকৰ মৃত্যুৰ ঘটনাটো সামান্য এক বিষক্ৰিয়া জনিত ঘটনাৰ ৰূপ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্র সন্হা আৰু অসম চাহ মজদুৰ সংঘই।ছাত্ৰ সংগঠন টোৰ অভিযোগ যোৰহাট জিলা খনত ৬১ জনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনা টোৰ পিছতো এজনো আৱকাৰী বিষয়াক তদন্তৰ আওতালৈ অনা হোৱা নাই আৰু এজনো লালী গূৰৰ আটক কৰা হোৱা নাই কিয় প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে।উল্লেখযোগ্য যে ডেৰ শতাধিক লোকক মৃত্যুৰ শিতল কোলাত তুলি দিয়া বিষাক্ত সুৰাৰ বিষক্ৰিয়াত যোৰহাট আৰু গোলাঘাট জিলাৰ ছয় জনকৈ লোকৰ চিৰদিনৰ বাবে অন্ধ হৈ পৰিল।
যোৰহাট জিলাৰ চাহ মজদুৰ সংঘৰ কায্যলয়ত অনুষ্ঠিত সংবাদ মেলত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদক ধীৰাজ গোৱালাই যোৰহাট আৰক্ষী অধীক্ষক বিৰুদ্ধে সৰৱ হৈ পৰিল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.