ETV Bharat / city

যোৰহাটৰ NID স্থিত ক’ভিড চেন্টাৰৰ পৰা পলায়ণ 8 শিশুৰ

author img

By

Published : Aug 24, 2020, 5:03 PM IST

যোৰহাটত ভয়ংকৰ ঘটনা ৷ ক’ভিড চেন্টাৰৰ পৰা পলায়ণ 8 টি শিশুৰ ৷

8 Covid Child Patient Run away From Jorhat NID Covid Center

যোৰহাট, 24 আগষ্ট:যোৰহাট চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ যোৰহাট ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানস্থিত ক’ভিড চেন্টাৰৰ পৰা পলায়ণ কৰিলে 8 টি কৈ শিশুৱে ৷ বিগত শনিবাৰে যোৰহাটৰ লিচুবাৰীস্থিত শিশু পৰ্যবেক্ষণ গৃহত 27 জন শিশু ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল ৷ তাৰ পিছতেই শিশু কেইজনক ৰখা হৈছিল যোৰহাট ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানস্থিত ক’ভিড চেন্টাৰত ৷

ক’ভিড চেন্টাৰৰ পৰা পলায়ণ 8 টি শিশুৰ

কিন্তু দেওবাৰে নিশা ইয়াৰে 8 জন শিশুৱে ক’ভিড চেন্টাৰটোৰ পৰা পলায়ণ কৰে ৷ বৰ্তমানে এজন শিশু পুনৰ ঘূৰি আহিছে যদিও বাকী 7 জন এতিয়াও পলাতক হৈ আছে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত সংশ্লিষ্ট মহলে জিলা প্ৰশাসনক অৱগত কৰা বুলি জানিবলৈ দিয়ে ৷ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত এক আতংকৰ সৃষ্টি কৰিছে ৷

লগতে চাওক-ষষ্ঠবাৰৰ বাবে চেম্পিনয়ছ লীগ চেম্পিয়ন বেয়ার্ন মিউনিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.