ETV Bharat / city

গুৱাহাটীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ কেডাৰ

author img

By

Published : Jan 1, 2020, 4:51 PM IST

Updated : Jan 1, 2020, 6:57 PM IST

গুৱাহাটীত গ্ৰেপ্তাৰ হ'ল আলফা(স্বা)ৰ সদস্য ৷ গ্ৰেপ্তাৰ হোৱা কেদাৰজনৰ নাম বিতোপন সোণোৱাল ৷

আলফা কেদাৰ
বিতোপন সোণোৱাল

গুৱাহাটী, 1 জানুৱাৰীঃ নৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটীত গ্ৰেপ্তাৰ হ'ল আলফা(স্বা) ৰ কেডাৰ ৷ বিতোপন সোণোৱাল নামৰ কেডাৰজনক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে, আলফা(স্বা)ৰ কেডাৰ বিতোপন সোণোৱালে ২৮ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীত বাহৰ পাতি আছিল ৷ কি কাৰণত আলফা কেডাৰগৰাকীয়ে গুৱাহাটীত বাহৰ পাতি আছিল সেয়া পোহৰলৈ অহা নাই ৷ সম্প্ৰতি কেদাৰজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

গুৱাহাটীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ কেডাৰ

আৰু পঢ়কঃ ভাৰতীয় সৈন্যই চীন সীমান্তৰ ওপৰতো নজৰ ৰাখিব: সেনা প্ৰধান

Intro:গুৱাহাটীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ কেডাৰ

Body:নৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ কেডাৰ। ধৃত কেডাৰজনৰ নাম বিতোপন সোণোৱাল। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিতোপন সোণোৱালক। জানিব পৰা মতে আলফা(স্বাঃ)ৰ কেডাৰ বিতোপন সোণোৱালে ২৮ ডিচেম্বৰৰ পৰায়ে গুৱাহাটীৰ পাঞ্জাবাৰীত বাহৰ পাতি আছিল৷ সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।আৰক্ষীৰ সোধ পোছৰ পিছতহে পোহৰলৈ আহিব কি পৰিকল্পনাৰে গুৱাহাটীত বাহৰ পাতি আছিল আলফা (স্বাঃ)ৰ কেডাৰজনেসেয়া পোহৰলৈ আহিব বুলি আশা কৰিছে আৰক্ষীয়ে।
Conclusion:Asrar Ansari Guwahati
Last Updated : Jan 1, 2020, 6:57 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.