ETV Bharat / city

সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি উগ্ৰতাৰা দেৱালয়ত পূজা

author img

By

Published : Oct 24, 2020, 5:53 PM IST

পূৰ্বৰ দৰে শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়তো আয়োজন দুৰ্গা পূজা ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি বৈদিক ৰীতি নীতিৰে আয়োজন কৰা হৈছে পূজা ৷

ugratara dewalaya
উগ্ৰতাৰা দেৱালয়ৰ পূজাৰ পৰিৱেশ

গুৱাহাটী,24 অক্টোবৰ: আজি মহা অষ্টমী ৷ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়টো আয়োজন দুৰ্গা পূজাৰ ৷ মহামাৰী কৰ'ণাৰ বাবে দুৰ্গাপূজাৰ উছাহ কিছু ম্লান পৰিলেও সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি বৈদিক ৰীতি নীতিৰে আয়োজন কৰা হৈছে পূজাভাগ ৷

অৱশ্যে এইবাৰ পূৰ্বৰ দৰে ভক্তৰ ভিৰ পৰিলক্ষিত হোৱা নাই যদিও সেৰেঙা ভক্তৰ উপস্থিতিৰে আয়োজন কৰা হৈছে পূজা ৷ এই সন্দৰ্ভত শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ৰ পৰা ইটিভি ভাৰতৰ সংবাদিক কনক শইকীয়াৰ এক প্ৰতিবেদন ৷

উগ্ৰতাৰা দেৱালয়ৰ পূজাৰ পৰিৱেশ

লগতে পঢ়ক: দেওবাৰৰ পৰা খোল খাব মথুৰাৰ বাংকে বিহাৰী মন্দিৰৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.