ETV Bharat / city

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 19, 2022, 5:01 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-5-pm
5 বজাৰ শীৰ্ষ দহটা বাতৰি

Eviction Drive in Hojai : হোজাইত প্ৰশাসনৰ উচ্ছেদে প্ৰাণ কাঢ়িলে এগৰাকী ব্যক্তিৰ

হোজাইৰ ৰে’ল ষ্টেচনৰ সন্মুখত উচ্ছেদ (Eviction Drive in Hojai) অভিযান ৷ মঙলবাৰে পুৱা হোজাইৰ ৰে’ল ষ্টেচনৰ সন্মুখত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ ফলত মৃত্যু ঘটে অচিৎ দাস নামৰ এগৰাকী ব্যৱসায়ীৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাময় পৰিৱেশৰ ৷

চেহেৰীৰ খাদ্য বনাবলৈ আহি মহিলাই ল’লে চিপজৰী

বিবাহৰ ন মাহৰ পাচতে স্বামী গৃহত আত্মহত্যা এগৰাকী মহিলাৰ ৷ পৰিয়ালৰ মতে, স্বামী আৰু পৰিয়ালে অত্যাচাৰ চলাইছিল মহিলাগৰাকীৰ ওপৰত ৷ চেহেৰীৰ খাদ্য বনাবলৈ আহি ৰান্ধনী ঘৰতে চিপজৰী ল’লে মহিলাগৰাকীয়ে ৷

বিহুতে নাচিবৰ মন : মাজুলীত ঢোলৰ চেঁৱত কঁকাল ঘূৰালে পৰ্যটকে

মাজুলীৰ গড়মুৰত সোমবাৰে নিশা বিহু মাৰি থকা দেখি আনন্দত আত্মহাৰা হৈ পৰে দেশীয় পৰ্যটক(Tourists enjoy Bihu in Majuli) সকল ৷ বিহু মাৰি থকা লোকসকলৰ লগত এপাক কঁকাল ভাঙি নাচিলে পৰ্যটকসকলে ৷

লীলাবাৰী বিমানবন্দৰত আৰম্ভ পাইলটৰ প্ৰশিক্ষণ

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত আৰম্ভ হ’ল পাইলট প্ৰশিক্ষণৰ কাম-কাজ (Pilot training begins at Lilabari airport) ৷ ইতিমধ্যে 12 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই কেন্দ্ৰত নামভৰ্তি কৰিছে ৷ ৰেড বাৰ্ড ফ্লাইং ট্ৰেইনিং একাডেমীয়ে পৰিচালনা কৰা এই প্ৰশিক্ষণ কেন্দ্ৰত দুখন ক্ষুদ্ৰ বিমানেৰে প্ৰশিক্ষাৰ্থীসকলক দিয়া হ’ব প্ৰশিক্ষণ ৷

বিষাক্ত কাঠফুলাই পুনৰ প্ৰাণ ল'লে এগৰাকী মহিলাৰ

যোৱা ১৩ এপ্ৰিলত ডিমা হাছাওত বিষাক্ত কাঠফুলা খাই প্ৰাণ হেৰুৱাইছিল এজন লোকে (One died after consuming poisonous mushrooms) । অসুস্থ হৈ পৰিছিল ৮ গৰাকীকৈ লোক । চিকিৎসাধীন এগৰাকীৰ মঙলবাৰে মৃত্যু ঘটে হাফলং অসামৰিক চিকিৎসালয়ত ।

Haidang Husori : হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল

এতিয়া ব’হাগৰ বতৰ (Rangali bihu celebrates in Assam) ৷ ৰাজ্যৰ চৌদিশে শুনিবলৈ পোৱা গৈছে কেৱল ঢোল-পেঁপাৰ মাত ৷ বাদ পৰি ৰোৱা নাই সোণোৱাল কছাৰীৰ বিহুৱাসকল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ হাইদাং হুঁচৰি গোৱাত মগ্ন জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল (Sonowal Kachari bihu celebrations at Jonai) ৷

খটখটি আৰক্ষীৰ জালত মহিলা সহ ড্ৰাগছ সৰবৰাহকাৰী : হেৰ’ইন জব্দ

সোমবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খটখটিত চলা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় 100 গ্ৰাম হেৰ’ইন(Heroin seized at Assam Nagaland Border) ৷ লগতে আটক কৰে দুজন সৰবৰাহকাৰী(Two drugs peddlers arrested at Khotkhoti) ক ৷ সৰবৰাহকাৰীৰ দলটোত এগৰাকী মহিলা থকা বুলি জানিব পৰা গৈছে ৷

Swine flu detected in Tripura : ছোৱাইন ফ্লুত আক্ৰান্ত 63 টা গাহৰিৰ মৃত্যু

ত্ৰিপুৰাত ধৰা পৰিছে ছোৱাইন ফ্লুৰ অৱস্থিতি(Swine flu detected in Tripura) ৷ ৰাজ্যখনৰ চেপাহিজালা জিলাৰ অন্তৰ্গত দেৱীপুৰৰ পশুধন উন্নয়ন বিভাগৰ(Animal Resources Development Department Tripura) ৰ অধীনষ্ঠ এখন ফাৰ্মত থকা গাহৰিৰ মাজত ধৰা পৰিছে এই ৰোগ ৷ গাহৰিৰ প্ৰজনন ঘটোৱা ফাৰ্মখনত এনে ঘটনা ধৰা পৰাৰ পিছতে সতৰ্কতা জাৰি কৰিছে ত্ৰিপুৰা চৰকাৰে ৷

মালিগাঁৱত মহিলাক আক্ৰমণ বনৰজাৰ; মোহনবাৰীত আৰ্মি কেম্পত ওলাল বাঘ

মহানগৰীৰ পাণ্ডুৰ লোক কলনীত নাহৰফুটুকীৰ ত্ৰাস (Leopard menace at Pandu in Guwahati) ৷ নাহৰফুটুকীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত মঞ্জু ভট্টাচাৰ্য নামৰ এগৰাকী মহিলা ৷ সম্প্ৰতি আহত মহিলা গৰাকীক GMCH ত ভৰ্তি কৰোৱা হৈছে ।

Rangali Bihu 2022 : টীয়কৰ পথাৰত জেং বিহু প্ৰদৰ্শন

পৰম্পৰা ৰক্ষা কৰি টীয়কৰ পথাৰত এদল মহিলাই প্ৰদৰ্শন কৰিলে জেং বিহু ৷ উত্তৰ প্ৰজন্মই যাতে এই পৰম্পৰা অটুট ৰাখিব পাৰে, তাৰেই কামনাৰে প্ৰতি বছৰে টীয়কৰ স্থানীয় মহিলাসকলে উদযাপন কৰি আহিছে জেং বিহু (Jeng Bihu celebrations at Teok) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.