ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 15, 2020, 11:02 AM IST

Updated : Sep 15, 2020, 1:01 PM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 @11AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

নিৰাপত্তাৰক্ষীয়ে গতিয়ালে স্থানীয় যুৱককঃ উত্তপ্ত বাঘজান

সাংবাদিকে বাতৰি সংগ্ৰহ কৰি থকা সময়তেই বাঘজানত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । সোমবাৰে সংবাদ মাধ্যমৰ আগত ভাষ্য দি থকাৰ সময়তেই অইল ইণ্ডিয়াৰ সুৰক্ষাৰ দায়িত্বত থকা বিষয়াই গতিয়ালে বাঘজানৰ যুৱকক ৷

এক আবেগিক পৰিবেশত চিত্তৰঞ্জন বসুমতাৰীৰ বিদায় অনুস্থান

সোমবাৰৰ এই অনুষ্ঠানটোত জোনাই, বাহি জোনাই, টেলাম, ডেকাপাম, চিমেন চাপৰি, ডিমৌ, চিলাপথাৰ, চিচি বৰগাও, চিৰিপানি, মৰিধল, মাছখোৱা, হাতীগড় আদি আঞ্চলিকৰ কৰ্মীসকলেও উপস্থিত থাকি জনালে বিদায়ী সম্ভাষণ ।

CAA, EIA বাতিলৰ দাবীত কাকপথাৰত আছুৰ জোঁৰ সমদল

নেৰানেপেৰা বৰষুণকো নেওচি কাকপথাৰ ৰাজহুৱা খেল পথাৰৰ পৰা আৰম্ভ কৰা এই জোৰ সমদল কায্যসূচীত ভাগ লয় চহৰখনৰ শতাধিক লোকে৷

নতুন আঞ্চলিক ৰাজনৈতিক দলক শুভেচ্ছা জ্ঞাপন ৰকিবুল হুছেইনৰ

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'বলগীয়া আঞ্চলিক ৰাজনৈতিক দলটো গঠন হ'ল পৰামৰ্শদাতা সমিতিত পৰামৰ্শ মতেই । অসম জাতীয় পৰিষদ নামেৰে গঠন হোৱা ৰাজনৈতিক দলটোক শুভেচ্ছা জ্ঞাপন কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য ।

বৰ্ষাপাৰাত অত্যাধুনিক জিমনেচিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ

মহানগৰীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম কমপ্লেক্সত হ’ব লগা এই প্ৰকল্পৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই । লগতে অনুষ্ঠানত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত, সম্পাদক দেৱজিৎ শইকীয়া আৰু সন্থাৰ আন আন বিষয়ববীয়া সকল ।

চলিত বছৰত LoC ত পাকিস্তানৰ 3186 যুদ্ধবিৰতি উলংঘা

7 ছেপ্তেম্বৰ পৰ্যন্ত এই বছৰটোত জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত 3,186 টা যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত কৰিছে পাকিস্তানে ৷ সোমবাৰে সংসদত এই তথ্য প্ৰদান কৰা হয় চৰকাৰৰ তৰফৰ পৰা ৷

ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আতঁ ধৰা এই অনুষ্ঠানত উপস্থিত থাকি আগন্তুক দিনৰ বাবে শুভেচ্ছামূলক ভাষণ আগবঢ়াই আটাছুৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ৰাতুল বুঢ়াগোহাঁইকে ধৰি বিভিন্ন দল সংগঠনৰ বহু সংখ্যক ছাত্রনেতা ।

নগাঁৱত এআইইউডিএফৰ সভাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

চামগুৰি সমষ্টিৰ লৰিৰমুখ মাৰ্কাজ একাডেমীত অনুষ্ঠিত হোৱা এক দলীয় সভাত এআইইউডিএফৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম আৰু মহিলা মৰ্চাৰ সভানেত্ৰী বিনা দৈমাৰীৰ সন্মুখতে দুয়ো ফৈদৰ সদস্যৰ মাজত প্ৰচণ্ড বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু এই বাক-বিতণ্ডাই পৰৱৰ্তী সময়ত সংঘাতলৈ পৰিণত হয় ৷

নগাঁৱত আৰক্ষীক আক্ৰমণ কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ

নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰাৰ অভিযোগত সোমবাৰে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷ নগাঁও আৰক্ষীয়ে অভিযুক্ত দুজনক প্ৰেৰণ কৰে জেল হাজোতলৈ ।

চীনৰ চোৰাংচোৱা সংস্থাৰ নজৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা শচীন তেণ্ডুলকাৰলৈকে বহুকেইজন

কিন্তু এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ চীনৰ বিৰুদ্ধে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷ তথ্য অনুসৰি, শেহতীয়াকৈ চীনৰ কমিউনিষ্ট চৰকাৰে ইয়াৰ এক শীৰ্ষ প্ৰযুক্তিগত সংস্থাক ভাৰতৰ হাইপ্ৰফাইল ব্যক্তিৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ কামত নিয়োজিত কৰিছে ৷

Last Updated : Sep 15, 2020, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.