Assam Cabinet at Bongaigaon: মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা
বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক ৷ মন্ত্ৰীবৰ্গলৈ বিশেষ নিৰ্দেশনা আগবঢ়াব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেবিনেট মন্ত্ৰীয়ে কেতবোৰ নিৰ্দিষ্ট অঞ্চলত বাহৰ পাতি সেই অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ, সমস্যা আদিৰ বুজ ল'ব লাগিব ৷ কোন মন্ত্ৰীয়ে ক'ত বাহৰ পাতিব চাওক ৷
GMCH ত এতিয়াৰে পৰা আৰম্ভ হ’ব নতুন নিয়ম
অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৰোগীৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ জানো আহক কি কি নতুন নিয়ম প্ৰৱৰ্তন হ’ব এই ব্যৱস্থা যোগে ৷
1962 ৰ চীন-ভাৰতৰ যুদ্ধৰ ইতিহাস থকা তেজপুৰক লৈ কিয় পুনৰ সতৰ্ক হৈছে বায়ুসেনা ?
1962 চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ক লৈ তেজপুৰ চহৰৰ আছে বিশেষ ইতিহাস ৷ তেতিয়াৰে পৰা সম্ভাব্য যিকোনো আক্ৰমণৰ পৰা তেজপুৰ চহৰক ৰক্ষা কৰাৰ বাবে লৈ অহা হৈছে বিশেষ ব্যৱস্থা ৷ শেহতীয়াকৈ বায়ুসেনাই শোণিতপুৰ জিলা প্ৰশাসন তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ ৷ জানো আহক কি গুৰুত্বপূৰ্ণ এই পত্ৰ ৷
Assam BJP leader dead : শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা মুখ্যমন্ত্ৰীৰ
জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ ঠাকুৰীয়া(Senior BJP Leader Ranjit Thakuriya Demissed)ৰ দেহাৱসান ৷ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ লগতে আন শীৰ্ষ দলীয় নেতাসকলে ৷ ঠাকুৰীয়াৰ মৃত্যু গেৰুৱা দলটোৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
Tribute to actor Biju Phukan : অভিনেতা বিজু ফুকনক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি
অভিনেতা বিজু ফুকনৰ মৃত্যুৰ চাৰি বছৰ সম্পূৰ্ণ ৷ মৃত্যু তিথিত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tribute to actor Biju Phukan) বহুসংখ্যক অনুৰাগী তথা গুণমুগ্ধই ৷
আলফাত যোগদান কৰিবলৈ গৈ কি হ’ল যুৱকৰ !
নাগালেণ্ডৰ মন জিলাত সোমবাৰে অসম ৰাইফলছে টীয়কৰ এজাৰগুৰিৰ এজন যুৱকক আটক কৰে । যুৱকজনে আলফাত যোগদান কৰিবলৈ যোৱা অৱস্থাত আটক কৰে অসম ৰাইফলছে ।
মাজুলীত তিনিদিনীয়া Raas Mahotsav ৰ সফল সামৰণি
ক’ভিড প্ৰট’কল(Covid Protocol)ৰ মাজেৰে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱ(Raas Mahotsav)ৰ অন্ত পৰিল ৷ উখল-মাখল পৰিৱেশে বিৰাজ কৰা মাজুলীত এতিয়া নিমাওমাও পৰিৱেশ ৷ এইবাৰৰ ৰাসৰ অন্ত পৰাৰ লগে লগে গন্তব্য স্থানলৈ উভতিছে পৰ্যটক তথা অতিথিবৃন্দ ৷
অভিনন্দন বৰ্থমানক "Vir Chakra" প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ
"বীৰ চক্ৰ"(Vir Chakra) সন্মানেৰে সন্মানিত কৰা হ'ল চিৰ বৈৰী পাকিস্তানৰ পৰা বীৰৰ দৰে স্বদেশলৈ উভতি অহা ভাৰতীয় বায়ু সেনাৰ Ace pilot গ্ৰুপৰ কেপ্টেইন অভিনন্দন বৰ্থমান(Abhinandan Varthaman)ক । সোমবাৰে আয়োজিত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ramnath Kovind) অভিনন্দন বৰ্থমানক "বীৰ চক্ৰ" প্ৰদান কৰে ।
Tripura Violence : গৃহ মন্ত্ৰণালয়ৰ সন্মুখত TMC সাংসদৰ প্ৰতিবাদ
দিল্লীত গৃহ মন্ত্ৰণালয়ৰ সন্মুখত ত্ৰিপুৰা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে (alleged police brutality in Tripura) তৃণমূল কংগ্ৰেছৰ সাংসদৰ প্ৰতিবাদ ৷ গৃহমন্ত্ৰীক সাক্ষাৎক অনুমতি বিচাৰিছে প্ৰতিবাদকাৰী সাংসদসকলে ৷
Unmukt Chand Marriage : ছিমৰণ খোছলাৰে বিবাহ পাশত আবদ্ধ উন্মুক্ত চান্দ
বিবাহপাশত আৱদ্ধ হৈছে 19 ৰ অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক উন্মুক্ত চান্দ(Unmukt Chand Marriage) ৷ ফিটনেছ আৰু স্প‘ৰ্টছ নিউট্ৰিচন প্ৰশিক্ষক হিচাপে কৰ্মৰত ছিমৰণ খোছলা(Simran Khosla)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয় খেলুৱৈগৰাকী ৷