ETV Bharat / city

লোকসেৱা আয়োগৰ ফলাফলত উজলিল গুৱাহাটীৰ তাপস বসুমতাৰী - লোকসেৱা আয়োগৰ ফলাফল

সদ্যঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফলত ৬৪৫ স্থান লাভেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াইছে গুৱাহাটীৰ তাপস বসুমতাৰীয়ে

তাপস বসুমতাৰীৰ সাফল্য
author img

By

Published : Apr 6, 2019, 7:29 PM IST

গুৱাহাটী, 6 এপ্ৰিলঃ UPSCৰ ফলাফলত ৬৪৫ স্থান লাভ গুৱাহাটীৰ তাপস বসুমতাৰীৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ UPSCৰ সদ্যঘোষিত অসামৰিক আৰু অন্যান্য ক্ষেত্ৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ৬৪৫ স্থান লাভেৰে ৰাজ্যবাসীলৈ সন্মান কঢ়িয়াই আনিছে বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বুল্লাৰ তাঁতিপাৰাৰ ভৱেন বসুমতাৰী আৰু সুমিত্ৰা বসুমতাৰীৰ সন্তান তাপস বসুমতাৰীয়ে ৷ সৰুৰে পৰা পঢ়া-শুনাত অত্যন্ত মেধাৱী তাপসে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আজাৰাস্থিত চেইণ্ট ক্লাৰেট আৰু কেন্দ্ৰীয় বিদ্যালয়, বৰঝাৰত ৷

তাপস বসুমতাৰীৰ সাফল্য

কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মাজেৰে সৰ্বভাৰতীয় এই পৰীক্ষাত অৱতীৰ্ণ হৈ তাপসে প্ৰথমবাৰতেই লাভ কৰে এই সাফল্য ৷ তাপসৰ এই সাফল্যৰ পাচতেই এতিয়া তাপসৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ পুত্ৰৰ সাফল্যক লৈ গৌৰান্বিত তাপসৰ পিতৃ-মাতৃ ৷

Slug:A_Kam_Upsc_Tapash_Basumatari_801-804_vis+bite+photo_Ajay_Das

UPSCৰ ফলাফলত ৬৪৫ স্থানত উজ্বলিল বৰঝাৰৰ তাপশ বসুমতাৰী ।

Vo..সংযুক্ত লোকসেৱা আয়োগ চমুকৈ UPSCৰ সদ্যঘোষিত ফলাফলত অসম ৰ বহুকেইগৰাকী মেধাৱী ই সাফল্য বুটুলিবলৈ সক্ষম হল ।
অসামৰিক আৰু অন্যান্য ক্ষেত্ৰৰ প্ৰতিযোগিতামুলক ফলাফলৰ ৬৪৫ স্থানত উজ্জ্বলিল বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বুল্লাৰ  তাতিপাৰাৰ ভৱেন বসুমতাৰী আৰু সুমিত্ৰা বসুমতাৰী ৰ সুযোগ্য সন্তান তাপশ বসুমতাৰীয়ে আজুৰি আনিলে এই বৃহৎ সাফল্য । সৰুৰে পৰা পঢ়া-শুনাত মেধাৱী  তাপশৰ দেউতাক ভৱেন বসুমতাৰীয়ে লীলাবাৰীস্থিত এয়াৰপোৰ্ট Authoritৰ সাধাৰন চাকৰিয়াল । স্থানীয় চেইণ্ট ক্লাৰেট পৰৱৰ্তী সময়ত কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰি এই সৰ্বভাৰতীয় পৰীক্ষা তথা UPSC ৰ বাবে কঠোৰ পৰিশ্ৰম তথা প্ৰস্তুতি চলায় 
অৱশেষত নিজৰ পৰিশ্ৰমৰ ফল পাবলৈ সক্ষম হল তাপশে । 

Bite1..তাপশ বসুমতাৰী ।

 প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথমতেই এনেধৰনৰ সাফল্যত ৰাজ্যবাসীৰ লগতে পৰিয়ালৰ লোকৰ মাজত এতিয়া উৎসৱমুখৰ পৰিবেশ দেখা পোৱা গৈছে । বহু শুভাকাংক্ষী য়ে ভিৰ কৰিছে এতিয়া মেধাৱী তাপশ বসুমতাৰীৰ ঘৰত । তাপশ বসুমতাৰীৰ এই সাফল্যত উৎফুল্লিত পিতৃ-মাতৃও ।

Bite2..পিতৃ-মাতৃ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.