ETV Bharat / city

হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সুকুমাৰ বিশ্বাসৰ - bangali political party

" বিগত 70 বছৰে কংগ্ৰেছে বাঙালী হিন্দুৰ নাগৰিকত্বৰ নামত ষড়যন্ত্ৰত লিপ্ত হৈ থাকিল ৷ বিজেপিয়ে তেওঁলোকৰ বাবে আইন আনি সুৰক্ষিত কৰিব খুজিছে ৷ গতিকে বিজেপি প্ৰতাৰক বুলি কোৱাটো গ্ৰহণযোগ্য নহয় ৷ " : সুকুমাৰ বিশ্বাস

sukumar-biswash-on-new-bangali-political-party
হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সুকুমাৰ বিশ্বাসৰ
author img

By

Published : Oct 9, 2020, 10:01 PM IST

গুৱাহাটী, 9 অক্টোবৰ : হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলক লৈ বিস্ফোৰক মন্তব্য কৰে সুকুমাৰ বিশ্বাসে ৷ " বিগত 70 বছৰে কংগ্ৰেছে বাঙালী হিন্দুৰ নাগৰিকত্বৰ নামত ষড়যন্ত্ৰত লিপ্ত হৈ থাকিল ৷ বিজেপিয়ে তেওঁলোকৰ বাবে আইন আনি সুৰক্ষিত কৰিব খুজিছে ৷ গতিকে বিজেপি প্ৰতাৰক বুলি কোৱাটো গ্ৰহণযোগ্য নহয় ৷ যদি জাতীয় সমস্যা কথা চিন্তা কৰিলে হয় তেতিয়াহলে তেওলোকৰ মনলৈ এইষাৰ কথা নোলালহেঁতেন ৷ কংগ্ৰেছৰ বিৰুদ্ধে কিন্তু সেই সময়ত এষাৰ মাত মাতিব পৰা নাছিল ৷

যি সকলে কংগ্ৰেছে কৰা ভুলৰ প্ৰায়চিত্ত কৰিবলৈ বিজেপিয়ে হিন্দু সকলৰ বাবে নাগৰিকত্ব নিশ্চিত কৰিবলৈ লৈছে ৷ কিন্তু সেই দলক প্ৰতাৰক বুলি কোৱাটো তেওঁলোকৰ উদ্দেশ্য যে, আনফালে আছে সেইটো বুজি পোৱা গৈছে ৷ নাগৰিকত্ব আইন আনিলে বাঙালী হিন্দু সকলে বিদেশীৰ নামত যাতে হাৰাশাস্তি নহয় ৷ সেই আইন অনাৰ ফলত এচাম জাতীয়তাবাদী বহু সমালোচনাৰ সন্মুখীন হ’ল ৷ বিজেপিয়েই একমাত্ৰ বাঙালী হিন্দুৰ নাগৰিকত্বৰ বাবে পদক্ষেপ হাতত লৈছে ৷ তেনেস্থলত যদি এজন বাঙালীয়ে এনে কথা কয় তেন্তে তেওঁলোকে কোনো বাঙালীৰ সমস্যা লৈ কোনো দল গঠন কৰিব ওলোৱা নাই ৷ আন কিবা উদ্দেশ্য আছে যাতে বিজেপিক ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷" এই মন্তব্য সুকুমাৰ বিশ্বাসৰ ৷

হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সুকুমাৰ বিশ্বাসৰ

লগতে পঢ়ক: বঙাইগাঁৱত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱান আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.