ETV Bharat / city

'জনতা কাৰ্ফিউ'লৈ সঁহাৰি মহানগৰবাসীৰ

জনতা কাৰ্ফিউলৈ সঁহাৰি মহানগৰবাসীৰ ৷ জৰুৰীকালিন সেৱাৰ বাহিৰে অন্য় যান-বাহন চলাচল কৰা পৰিলক্ষিত নহ'ল ৷

বাট-পথ শূন্য
'জনতা কাৰ্ফিউ'লৈ সঁহাৰি মহানগৰবাসীৰ
author img

By

Published : Mar 22, 2020, 2:37 PM IST

গুৱাহাটী, 22 মাৰ্চ : দেওবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা জনতা কাৰ্ফিউলৈ স্বতফূৰ্তঃ ভাৱে সঁহাৰি জনাইছে গুৱাহাটী মহানগৰবাসীয়ে ৷ ৰাজপথত জৰুৰীকালীন সেৱাৰ যান-বাহনৰ বাহিৰে অন্য যান-বাহন চলাচল কৰা পৰিলক্ষিত হোৱা নাই ৷

জনতা ভৱনৰ পৰিস্থিতি

খানাপাৰাৰ পৰা ফাঁচীবজাৰৰ ব্যস্ত পথটোও একপ্ৰকাৰ জনশূন্য হৈ পৰিছে ৷

খানাপাৰাৰ পৰিস্থিতি

জনতা কাৰ্ফিউ হোৱাৰ পাচতো জৰুৰীকালীন সেৱাৰ সকলো সুবিধা সুকলমে লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰবাসীয়ে ৷

পল্টন বজাৰৰ পৰিস্থিতি

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনতাক উদ্দেশ্যি প্ৰদান কৰা ভাষণত কৰ'ণা ভাইৰাছ সন্দৰ্ভত সজাগতা প্ৰেৰণ কৰাৰ লগতে 22 মাৰ্চত জনতা কাৰ্ফিউলৈ সঁহাৰি জনাবলৈ আহ্বান জনাইছিল ৷

আৰু পঢ়ক : ইটালীত কিয় ? কৰ'ণা ভাইৰাছৰ অন্তৰালৰ কাৰণসমূহ -

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.