ETV Bharat / city

লংকেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা

শ্বিলঙৰ পৰা ধাৰাপুৰ অভিমুখে গৈ থকা সময়তে চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে পথাচাৰীক ৷

Road Accident in Guwahati
লংকেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Jan 9, 2020, 10:36 AM IST

গুৱাহাটী,9 জানুৱাৰী: মহানগৰীৰ লংকেশ্বৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে পথচাৰীক । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পথচাৰীজন ৷ শ্বিলঙৰ পৰা ধাৰাপুৰ অভিমুখে গৈ থকা সময়তে AS-01AF-1201N নম্বৰৰ বাহনখনে মহতিয়াই নিয়ে পথাচাৰীজনক। বৰ্তমানলৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনাত পতিত লোকজনৰ পৰিচয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পিছত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু পথচাৰীজনৰ লগতে বাহনখনত থকা লোক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লংকেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা

লগতে চাওকঃৰাজধানী দিছপুৰত লোমহৰ্ষক হত্যাকাণ্ড আৰু ডকাইতি

Intro:মহানগৰীৰ লংকেশ্বৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে পথচাৰীক। শ্বিলঙৰ পৰা ধাৰাপুৰ অভিমুখে গৈ আছিল বাহনখন। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS01AF1201 । দুৰ্ঘটনাত পতিত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় অঞ্চলটোত। পিছত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ব্যক্তিগৰাকী আৰু বাহনখনত থকা লোক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.