ETV Bharat / city

অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ ৰিপুণ বৰাৰ

author img

By

Published : Aug 5, 2019, 7:45 PM IST

এন আৰ চিৰ নামত সাধাৰণ জনতাই ভুগি থকা সমস্যাৰ বাবে গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাই ৷

অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ ৰিপুণ বৰাৰ

গুৱাহাটী,5আগষ্ট : সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰে এখন পত্ৰ ৷ এন আৰ চিৰ নথি-পত্ৰ পুনৰীক্ষণৰ নামত সাধৰণ জনসাধৰণক কৰি থকা হাৰাশাস্তিৰ বাবে ৰিপুণ বৰাই গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰে এই পত্ৰখন ৷ পত্ৰৰ জড়িয়তে ৰিপুণ বৰাই এন আৰ চিৰ বিষয়টোৰ ওপৰত বিবেচনা কৰিবলৈ দাবী জনায় গৃহমন্ত্ৰী অমিত শ্বাহক ৷

Intro:এন আৰ চি নথি-পত্র পুনৰীক্ষণৰ নামত একাংশ ৰাইজক কৰা হাৰাশাস্তি সন্দৰ্ভত গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ।

প্ৰদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাই কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙলৈ প্ৰেৰণ কৰে পত্ৰ।

পুনৰীক্ষণৰ নামত ৰাইজক হাৰাশাস্তি নকৰিবলৈ আহ্বান।

এই বিষয়টোৰ ওপৰত বিবেচনা কৰিবলৈ পত্ৰ যোগে দাবী জনাই ৰিপুণ বৰাই। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.