ETV Bharat / city

চৰকাৰৰ নীতিৰ বিৰুদ্ধে পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ এসপ্তাহজোৰা প্ৰতিবাদ

author img

By

Published : Jul 27, 2020, 8:07 PM IST

ভাৰতীয় ৰে'লৰ কৰ্মচাৰী পৰিষদৰ এসপ্তাহজোৰা প্ৰতিবাদ ৷ শ্ৰমিকসকলৰ প্ৰাপ্যৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠনটোৱে ৷

চৰকাৰৰ নীতিৰ বিৰুদ্ধে পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ এসপ্তাহজোৰা প্ৰতিবাদ
চৰকাৰৰ নীতিৰ বিৰুদ্ধে পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ এসপ্তাহজোৰা প্ৰতিবাদ

গুৱাহাটী, 27 জুলাই : বিগত 24 তাৰিখৰ পৰা 30 তাৰিখলৈ ভাৰতীয় মজদুৰ সংঘ আৰু ভাৰতীয় ৰে'লৱে মজদুৰ সংঘই দেশজুৰি আৰম্ভ কৰিছে এলানি প্ৰতিবাদী কাৰ্যসূচীৰ । একে ধৰণে পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘই গুৱাহাটীৰ বিভিন্ন স্থানত হাতত লৈছে 'চৰকাৰ জাগাও, উদ্যোগ, মজদুৰ বাছাও' শীৰ্ষক কাৰ্যসূচীৰ ।

সোমবাৰে মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সংঘই ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী । সপ্তাহজোৰা কাৰ্যসূচীৰ জৰিয়তে ইতিহাসৰ সবাতোকৈ বৃহত্তম শ্ৰমিক আন্দোলনৰ মুখামুখি হ'বলৈ চৰকাৰক সকীয়নি প্ৰদান কৰে সংঘই । মজদুৰ সংঘৰ দাবী শীঘ্ৰে মানি ন'ললে এই ভয়াৱহ আন্দোলনৰ সন্মূখীন হ'ব বুলি হুংকাৰ দিয়ে পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ নেতৃত্বই । চৰকাৰী আৰু ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ,নিগমীকৰণ,দেশৰ শ্ৰমিক আইন সংশোধন,দেশত সৃষ্টি হোৱা কৰ্মসংস্থাপনহীনতা আদিৰ বিৰুদ্ধে এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছে সংগঠনটোৱে ।

লগতে পঢ়কঃ ভাৰত পাবহি দুৰন্ত যুঁজাৰু বিমান ৰাফেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.