অসমীয়া সাহিত্য, সংস্কৃতি তথা ৰাজনীতিৰ যুগস্ৰষ্টা বিষ্ণু প্ৰসাদ ৰাভাক ৰাজ্যজুৰি স্মৰণ । কলাগুৰুৰ কালজয়ী সৃষ্টিৰে আজি মুখৰিত ৰাজ্য । মৃত্যু দিৱসত ৰাভাৰ অবিৰত-দূৰন্ত যাত্ৰাৰ প্ৰাণৱন্ত স্মৃতিক প্ৰতিজন অসমীয়াৰ ৰোমন্থন । এই প্ৰবিত্ৰ ক্ষণত ৰাভা দেৱক সোঁৱৰি আমাৰ এক প্ৰতিবেদনঃ
ৰাভাক স্মৰণ সমগ্ৰ ৰাজ্যৰ - কলাগুৰু
কলাগুৰুক সোঁৱৰি মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে কোকৰাঝাৰ, নগাঁও, গোলাঘাট, বঙাইগাঁও, লখিমপুৰৰ লগতে জনীয়াৰ বিভিন্ন বিদ্যালয়, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত পালন কৰা হয় ৰাভা দিৱস ।
20 জুনৰ শুভ লগনত সৈনিক শিল্পী বিষ্ণু ৰাভাক স্মৰণ
অসমীয়া সাহিত্য, সংস্কৃতি তথা ৰাজনীতিৰ যুগস্ৰষ্টা বিষ্ণু প্ৰসাদ ৰাভাক ৰাজ্যজুৰি স্মৰণ । কলাগুৰুৰ কালজয়ী সৃষ্টিৰে আজি মুখৰিত ৰাজ্য । মৃত্যু দিৱসত ৰাভাৰ অবিৰত-দূৰন্ত যাত্ৰাৰ প্ৰাণৱন্ত স্মৃতিক প্ৰতিজন অসমীয়াৰ ৰোমন্থন । এই প্ৰবিত্ৰ ক্ষণত ৰাভা দেৱক সোঁৱৰি আমাৰ এক প্ৰতিবেদনঃ
Intro:slug: as_jania_20jun_bishnu_rabha_day_story_vis2+byt2_asc10058
জনীয়া, ২০ জুন: কলগাছিয়াত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিবস উদযাপন।Body:slug: as_jania_20jun_bishnu_rabha_day_story_vis2+byt2_asc10058
জনীয়া সমষ্টিৰ কলগাছিয়া আগশাৰীৰ সেচ্ছাসেৱী অনুষ্ঠান জ্যোতি- ৰাভা- নজৰুল সংঘ, ডি ৱাই এফ আই আৰু নতুন সাহিত্য পৰিষদৰ যৌথ আয়োজনত অইন বছৰৰ দৰে এই বেলিও আজীৱন সংগ্ৰামী বীৰ সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ ৫১ সংখ্যক মৃত্যু তিথি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হৈ আছে । দিৱসৰ লগত সংগতি ৰাখি মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্র ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে । আয়োজক সমিতিয়ে ৰাজ্য খনত সাম্প্ৰদায়িক বিষবাষ্প আৰু চল পালটাইৰ বিৰুদ্ধে সাম্য মৈত্ৰী আৰু শান্তিৰ কামনা কৰিছে ।Conclusion:slug: as_jania_20jun_bishnu_rabha_day_story_vis2+byt2_asc10058
বাইট: আয়োজক সমিতিৰ সম্পাদক।
স্বফিকুল হাছান, জনীয়া।