ETV Bharat / city

সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত নাৰেংগীত প্ৰতিবাদ

সাংবাদিকৰ সুৰক্ষাৰ বাবে চৰকাৰক আইন প্ৰণয়ন কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । লগতে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ সুৰক্ষাৰ দাবী সম্বলিত এক স্মাৰকপত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

নাৰেংগীত প্ৰতিবাদ পূৱ গুৱাহাটী প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাৰ
author img

By

Published : Apr 29, 2019, 3:18 PM IST

গুৱাহাটী, 29 এপ্ৰিল : সাংবাদিক আক্ৰমণৰ প্ৰতিবাদত আৰু সাংবাদিকৰ সুৰক্ষাৰ দাবীত নাৰেংগীত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত । বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী সাংবাদিকক দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'বলগীয়া হোৱা ঘটনাৰ প্ৰতিবাদত আৰু কৰ্মৰত সাংবাদিকৰ সুৰক্ষাৰ দাবীত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত নাৰেংগী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নুনমাটি ছাত্ৰ সন্থা,নাৰেংগী ব্যৱসায়ী সন্থা, নাৰেংগী উন্নয়ন সমিতিৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

Intro:সাংবাদিক আক্ৰমণ আৰু সাংবাদিকৰ সুৰক্ষাৰ দাবীত নাৰেংগীত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ । যোৱা কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাজনো সাংবাদিক দুৰ্বৃত্তৰ আক্ৰমণ ৰ বলি হব লগা ঘটনা আৰু কৰ্মৰত সাংবাদিকৰ সুৰক্ষা ৰ দাবীত পূৱ গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত নাৰেংগী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নুনমাটি ছাত্ৰ সন্থা,নাৰেংগী ব্যৱসায়ী সন্থা, নাৰেংগী উন্নয়ন সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰী সকলৰ দাবী চৰকাৰে অতি শীঘ্ৰে সাংবাদিক সুৰক্ষা আইন প্ৰনয়ন কৰক । লগতে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁ লোকে সাংবাদিকৰ সুৰক্ষাৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.