- নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল
- উপস্থিত ডাঃ হীৰেন গোহাঁই, মনজিত মহন্ত
- বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ আহ্বান গোহাঁইৰ
- প্ৰকৃত কেব বিৰোধী দলক ভোট দিয়ক : গোহাঁই
- সাংবাদিকৰ বিৰুদ্ধে মিছা অভিযোগ চৰকাৰৰ : মনজিৎ মহন্ত
- বাক স্বাধীনতা খৰ্ব কৰিছে বিজেপি চৰকাৰে : মহন্তPRESSMEET
নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল - CRITICIZED BJP
শনিবাৰে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই গুৱাহাটীত এক সংবাদমেলৰ আয়োজন কৰে ৷ এই সংবাদমেলতে উপস্থিত থাকি বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰে ড0 হীৰেন গোহাঁই, মনজিৎ মহন্ত আৰু বহুকেইজন গণ্য-মান্য ব্যক্তি ৷ ৰাজ্যৰ চাৰি গৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভতো মন্তব্য কৰে গোহাঁয়ে ৷
![নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3061695-thumbnail-3x2-hiren-jpg.jpg?imwidth=3840)
PRESSMEET
- নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল
- উপস্থিত ডাঃ হীৰেন গোহাঁই, মনজিত মহন্ত
- বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ আহ্বান গোহাঁইৰ
- প্ৰকৃত কেব বিৰোধী দলক ভোট দিয়ক : গোহাঁই
- সাংবাদিকৰ বিৰুদ্ধে মিছা অভিযোগ চৰকাৰৰ : মনজিৎ মহন্ত
- বাক স্বাধীনতা খৰ্ব কৰিছে বিজেপি চৰকাৰে : মহন্তPRESSMEET
Intro:নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল।
CAB বি জে পিৰ চৈৰতন্ত্ৰৰ নিদৰ্শন।
ৰাজ্যৰ চাৰি গৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভত মন্ত্যব্য ডাঃ হীৰেন গোহাঁইৰ।
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভতো বি জে পি ক সমালোচনা।
প্ৰকৃত CAB বিৰোধী দলক ভোট দিবলৈ সকলোকে আহ্বান ।
বি জে পি চৰকাৰক প্ৰতিহত কৰিবলৈ আহ্বান ডাঃ হীৰেন গোহাঁইৰ।
Body:চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়াৰ বাবেই আৰু CAB ৰ বিৰুদ্ধে মাত মতাৰ বাবেই বি জে পি য়ে সন্ত্ৰাসবাদৰ লগত অসমৰ সাংবাদিক সকলৰ বিৰুদ্ধে অভিযোগ আনিছে- মনজিৎ মহন্ত।
বাক স্বাধীনতা খৰ্ব কৰিছে bjp চৰকাৰে।
Conclusion: